Biplob Sarkar

Biplob Sarkar বিপ্লৱ - সংগ্ৰামী সত্ত্বাৰ আন এটি নাম

30/10/2025

ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা, সুসংগঠক, তেজস্বী বক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্রয়াত প্ৰমোদ মহাজন দেৱৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰি স্মৰণ কৰিছোঁ।

30/10/2025

অভিশপ্ত ৩০ অক্টোবৰ......!
২০০৮ বৰ্ষৰ এই দিনটোতে সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়াসকললৈ অশ্ৰু-অঞ্জলি নিবেদন কৰিছোঁ৷ লগতে,আহতসকলৰ সু-স্বাস্থ্য আৰু দীর্ঘায়ুৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ৷

সন্ত্ৰাসবাদ নিৰ্মূলকৰণেৰে এখন শান্তি-সম্প্ৰীতিৰ সমাজ গঢ়িবলৈ আমি সকলোৱে পণ লোৱাৰ লগতে দায়বদ্ধ নাগৰিকৰ ভূমিকা পালন কৰা উচিত।
#জয়_আই_অসম

29/10/2025

Address

Guwahati

Telephone

+916001246856

Website

Alerts

Be the first to know and let us send you an email when Biplob Sarkar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Biplob Sarkar:

Share