NE News Assam

NE News Assam NE News Assam Follow for latest news updates

27/05/2026

▶️কোনো পিতৃ-মাতৃয়ে নিজৰ দিল্লীত থকা ১৮ বছৰীয়া সন্তানক লিভ ইনত থকাটো নিবিচাৰে। প্ৰথম তিনিজনী পত্নীৰ অনুমতি অবিহেন ৪ নম্বৰ জনী বিয়া কৰোৱাৰ নিয়ম পৃথিৱীত নাই। সদনত UCCৰ সমৰ্থনত পীযুষ হাজৰিকাৰ মন্তব্য।

26/05/2026

📌সাংবাদিকৰ কেমেৰা দেখি ধাৱাৰ পৰা দৌৰি পলায়ন এজনৰ
📌নগাঁৱৰ বৰঘাট বাইপাছৰ ধাৱাত উত্তেজনা

26/05/2026

📌সম্বৰ্ধনা সভাত দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য!”
📌“বিজেপি বিধায়কৰ সভাত কি ক’লে দিলীপ শইকীয়াই?”
📌“সম্বৰ্ধনা সভাত দিলীপ শইকীয়াৰ ভাষণে সৃষ্টি কৰিলে চৰ্চা”

26/05/2026

📌নৰ আৰু নাৰায়ণৰ আশীৰ্বাদ আছে বাবে বিজেপিয়ে এনে অদ্ভুত বিজয় লাভ কৰিছে
📌‘নৰ’ অসমৰ ৰাইজ ‘নাৰায়ণ’ নেদেখাজন বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য

26/05/2026

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আকৌ এবাৰ দেখিবলৈ পোৱা গৈছে এটি বগা হৰিণ (Albino Hog)৷ বণ্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লোৱা দৃঢ় পদক্ষেপৰ ফলত আজি কাজিৰঙাৰ শোভা বৰ্ধন কৰা প্ৰতিটো প্ৰাণী সুৰক্ষিত হৈছে৷ আজিৰ এই ভিডিঅ'টোত মন পুলকিত হৈ পৰিল৷

26/05/2026

▶️হোজাইত ইছলামনগৰ পথত ভয়ংকৰ পথ দুর্ঘটনা
▶️তীব্ৰবেগী ট্ৰাকৰ খুন্দাত উফৰি পৰিল এখন বিলাসী বাহন
▶️চিচি টিভি কেমেৰাত বন্দী দুর্ঘটনাৰ দৃশ্য

26/05/2026

‘অধ্যক্ষই অধ্যক্ষৰ দৰে কাম কৰক, কোনো দলৰ এজেণ্ট হিচাপে নহয়’। বিধানসভাৰ অধ্যক্ষৰ পক্ষপাতিত্বৰ অভিযোগ তুলি সদন ত্যাগ বিৰোধীৰ।

26/05/2026

মহানগৰীৰ আমবাৰীৰ অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিলৰ প্ৰতিনিধি সভা।

26/05/2026

বৰঘাট চকৰ ৰাষ্ট্ৰীয় পথৰ দুয়ো কাষে গঢ় লৈ উঠিছে কাঠফুলাৰ দৰে নাৰী দেহৰ ৰমৰমীয়া বেহা

26/05/2026

📌 কেৱল মানুহেই নহয়, ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিক প্ৰণাম জনালে গজৰাজে।

26/05/2026

‘জুবিনৰ ঘটনাৰ ৭ অভিযুক্তৰ বিৰুদ্ধে আজি হ’ল চাৰ্জফ্ৰেম। আমাৰ যুক্তিত সন্তুষ্ট হৈ চাৰ্জফ্ৰেমৰ অনুমতি দিছে আদালতে। ৮ জুনৰ পৰা আদালতত প্ৰতিদিনে হ’ব বিচাৰ প্ৰক্ৰিয়া।’ অধিবক্তা জিয়াউৰ কামাৰৰ এই মন্তব্য।

Address

Guwahati City
Guwahati

Alerts

Be the first to know and let us send you an email when NE News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE News Assam:

Share