RR News Assam

RR News Assam Welcome to RR News That Matters.

30/07/2024

RR News
11/07/2024

RR News

15/04/2024

🖊️পহিলা বহাগৰ দিনাই কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

𝐅𝐨𝐥𝐥𝐨𝐰 𝐑𝐑 𝐍𝐞𝐰𝐬 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Va6tHNy8PgsIb5jOro3G

15/04/2024

🖊️ 'দুলু আহমেদৰ ভয়ত দূৰে দূৰে ঘূৰিছে ফণীভূষণ চৌধুৰীয়ে'। এই মন্তব্য বৰপেটা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ।

𝐅𝐨𝐥𝐥𝐨𝐰 𝐑𝐑 𝐍𝐞𝐰𝐬 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Va6tHNy8PgsIb5jOro3G

15/04/2024

🖊️মোক গালি পাৰিলে ক্ষতি হʼব কংগ্ৰেছৰ

𝐅𝐨𝐥𝐥𝐨𝐰 𝐑𝐑 𝐍𝐞𝐰𝐬 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Va6tHNy8PgsIb5jOro3G

15/04/2024

🖊️ নিজৰ প্ৰশংসাত পঞ্চমুখ হিমন্ত বিশ্ব শৰ্মা

𝐅𝐨𝐥𝐥𝐨𝐰 𝐑𝐑 𝐍𝐞𝐰𝐬 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Va6tHNy8PgsIb5jOro3G

12/04/2024

🖊️'ৰাজ্যত এতিয়া বিৰোধীয়ে নাই। বিৰোধী নাই বাবে নিৰ্বাচনী বতৰত বেয়াই লাগে'। নলবাৰীত এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।

𝐅𝐨𝐥𝐥𝐨𝐰 𝐑𝐑 𝐍𝐞𝐰𝐬 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Va6tHNy8PgsIb5jOro3G

12/04/2024

🖊️'গৌৰৱ গগৈয়ে ঈদৰ নামাজ ভালকৈ পঢ়িব জানে। ক’ত শিকিছে মই নাজানো'। গৌৰৱ গগৈক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

𝐅𝐨𝐥𝐥𝐨𝐰 𝐑𝐑 𝐍𝐞𝐰𝐬 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Va6tHNy8PgsIb5jOro3G

10/04/2024

🖊️'বৰপেটা লোকসভা সমষ্টিৰ কোনো লোকে দীপ বায়নক শক্তিশালী প্ৰাৰ্থী বুলি ভবা নাই'। আমিনগাঁৱত প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য ফণীভূষণ চৌধুৰীৰ ।

𝐅𝐨𝐥𝐥𝐨𝐰 𝐑𝐑 𝐍𝐞𝐰𝐬 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Va6tHNy8PgsIb5jOro3G

06/04/2024

🖊️১০০ দিনৰ ভিতৰত সলনি হ’ব অসমৰ মুখ্যমন্ত্ৰী। ২০২৬ত দিছপুৰ আমি দখল কৰিম। প্ৰতিমাহৰ ৯ তাৰিখে মহিলাক দিম ২৫০০ টকাকৈ : ভূপেন বৰা

𝐅𝐨𝐥𝐥𝐨𝐰 𝐑𝐑 𝐍𝐞𝐰𝐬 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Va6tHNy8PgsIb5jOro3G

05/04/2024

🖊️নিৰ্বাচনী প্ৰচাৰৰ বাবে বাজপেয়ী ভৱনত নতুন বাহন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰা হ’ব এই বাহন৷

𝐅𝐨𝐥𝐥𝐨𝐰 𝐑𝐑 𝐍𝐞𝐰𝐬 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩:
https://whatsapp.com/channel/0029Va6tHNy8PgsIb5jOro3G

Address

SRI RAM ENCLAVE, FLAT 3A, BLOCK B, 3RD FLOOR DINESH OJHA PATH OPPOSITE ALCARE DIAGNOSTIC CENTER, BHANGAGARH, Gauhati, India
Gauhati
781005

Alerts

Be the first to know and let us send you an email when RR News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RR News Assam:

Share