11/08/2026
২ নং পাহাৰপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ
🐘 প্ৰায় ৮০–৯০টা বনৰীয়া হাতীৰ জাকে গাঁৱত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকৰ পৰিৱেশ।
হাতীৰ জাকটোৱে গাঁৱৰ খেতি-পথাৰ নষ্ট কৰাৰ লগতে ব্যাপক ক্ষতিসাধন কৰিছে।
ইয়াৰ মাজতে এজন ব্যক্তিৰ প্ৰায় ৩ বিঘা তামোল বাগিচা হাতীৰ জাকে ভাঙি-ছিঙি সম্পূৰ্ণৰূপে নষ্ট কৰে
📍 স্থান: ২ নং পাহাৰপুৰ, তামুলপুৰ জিলা