The Current News

The Current News Media & Entertainment

02/09/2026

গড়াজান উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটৰ সদস্যাসকলৰ সৈতে আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

01/09/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখাৰ সমিতিৰ উদ্যোগত নগাঁও জিলা আয়ুক্ত জড়িয়তে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক প্ৰত্র প্ৰদান৷

31/08/2026

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্য্যসূচী

31/08/2026

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যা সমাধানৰ দাবীত ৰহাত উত্তাল প্ৰতিবাদী ধৰ্ণা৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সামগ্ৰিক ব্যৱস্থা আৰু ৰহা টোলগেটৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত আজি ৰহাত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

31/08/2026

এইবাৰ জাজৰিত পোহৰলৈ আহিছে পুৰুষ নিৰ্যাতনৰ ঘটনা । নিজ পত্নীৰ বিৰুদ্ধে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ স্বামী আশ্বিকুৰ ৰহমানৰ।

30/08/2026

নগাঁৱৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি জুৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু নগাঁও জিলা কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত হয় এক বিশাল ৰাজহুৱা সভা ।

30/08/2026

ৰহাৰ সক্ৰিয় সমাজকৰ্মী সুৰজিৎ দাসৰ কিছু মনৰ কথা ৷

28/08/2026

জাতীয় অনুষ্ঠান অসম নাট্য সন্মিলনত সৃষ্টি হৈছে অৰাজকতা ! অসম নাট্য সন্মিলন জীতেন শৰ্মা এণ্ড কোম্পানীলৈ পৰ্যবেসিত হোৱাৰ অভিযোগ৷ নাট্য সন্মিলনৰ কামপীঠ মণ্ডলৰ সভাপতি - সম্পাদক সহ পাঁচ খন জিলাৰ বিষয়ববীয়াৰ সামূহিক পদত্যাগ ৷

28/08/2026

নগাঁৱৰ নতুন বজাৰত শুকুৰবাৰে ঘটিল এক অবাঞ্চিত ঘটনা । হাতত চোকা অস্ত্ৰ লৈ এজন যুৱকক মাৰপিট এটা উদণ্ড যুৱকৰ দলৰ ৷ চোকা অস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতে ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই যুৱক কেইজনক
যুৱক কেইজন ক্ৰমে প্ৰবীণ বৰা, আদিত্য দাস আৰু বিদ্যুৎ বৰা ৷

27/08/2026

বিয়া-সবাহ, জন্মদিন অন্নপ্ৰাসন্ন আদিৰ অৰ্ডাৰ আৰু কাৰিকৰৰ লগতে কফি মেচিন পোৱা যাৱ । সবিশেষ জানিবৰ বাবে নগাঁও কেটাৰিংৰ জিয়াবোৰৰ লগত যোগাযোগ কৰিব পাৰিব ৷ যোগাযোগ নম্বৰ - 9365010638

Address

Guwahati
Guwahati

Telephone

+919401524084

Website

Alerts

Be the first to know and let us send you an email when The Current News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share