27/09/2022
ওশ ষ্টেট মেডিকেল ইউনিভাৰ্চিটি, মস্কো, ৰাছিয়াৰ কেঞ্চাৰ বিশেষোগ্য ডাঃ গুপ্তপ্ৰসাদ ৰেড্ডী (বি ভি) য়ে কয়,- কেঞ্চাৰ কোনো মৰণব্যধি নহয়, কিন্তু মানুহৰ এই ৰোগত মৃত্যু হয় কেৱল উদাসীনতাৰ কাৰণে!
ডাঃ ৰেড্ডীৰ মতে, মাত্ৰ এটি অভ্যাস ত্যাগিলে আৰু দুটি উপায়/থেৰাপি অনুসৰণ কৰিলেই উধাও হ'ব কেঞ্চাৰ! উপায়/থেৰাপি দুটি হৈছে,-
১.অভ্যাস:- সৰ্বপ্ৰথমেই সকলো ধৰণৰ চুগাৰ বা চেনী খোৱা অভ্যাস পৰিহাৰ কৰিব লাগিব। কিয়নো, আমাৰ শৰীৰত চেনী নাপালে কেঞ্চাৰৰ কোষবোৰ এনেই বা প্ৰকৃতিকভাৱেই বিনাশ হৈ যাব।
২.থেৰাপি-১:- ইয়াৰ পিছত এগিলাচ গৰম পানীত এটা নেমু টেঙাৰ ৰস মিহলাই ল'ব লাগিব। পুৱা কিবা খোৱাৰ আগত, মানে খালি পেটত একেৰাহে তিনি মাহ এই নেমু টেঙাৰ ৰস মিশ্ৰিত কুহুমীয়া গৰম পানী সেৱন কৰিলে উধাও হৈ যাব এই কেঞ্চাৰ।
মেৰিলেণ্ড কলেজ অফ মেডিচিনৰ এটা গৱেষণাত কোৱা হৈছে,- কেমোথেৰাপিতকৈও এইটি হাজাৰ গুণে ভাল।
৩.থেৰাপি-২:- প্ৰতিদিন ৰাতিপুৱা আৰু ৰাতি, চাহ চামুচৰ তিনি চামুচ অৰ্গেনিক নাৰিকল তেল খালেও কেঞ্চাৰ নিৰাময় হয়!
চেনী পৰিহাৰৰ পিছত ওপৰোক্ত দুটি থেৰাপিৰ যিকোনো এটি গ্ৰহণ কৰিলে, কেঞ্চাৰ ৰোগে ঘায়ল কৰিব নোৱাৰিব। অৱশ্যে এইটো সত্য যে,- অৱহেলা বা উদাসীনতাৰ কোনো অজুহাত নাই।
উল্লেখ্য, কেঞ্চাৰ সন্দৰ্ভত মানুহক সচেতন কৰিবলৈ ডাঃ গুপ্তপ্ৰসাদ ৰেড্ডী বিগত কেইবা বছৰ ধৰি সামাজিক যোগাযোগ মাধ্যমসহ বিভিন্ন মাধ্যমত এই তথ্যটি প্ৰচাৰ কৰিছে। সৰ্বসাধাৰণক জাগ্ৰত কৰাৰ মানসৰে পোষ্টটি শ্বেয়াৰ কৰিব পাৰে।