Maina

Maina Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Maina, Video Creator, Guwahati.

09/03/2026
Good evening everyone
22/11/2025

Good evening everyone

তুমি আছা .. সদায় থাকিবা ।মাথোঁ কল্পনা নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ ! তুমিয়েই সকলো ক'বা.. হেজাৰ প্ৰশ্নৰ উত্তৰ আনি দ...
19/10/2025

তুমি আছা .. সদায় থাকিবা ।
মাথোঁ কল্পনা নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ !
তুমিয়েই সকলো ক'বা.. হেজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা ,, বাট পোহৰাই খোজ দিয়াবা .. মই জানো !
তুমিয়েই শিকালা, সাহস আৰু বিশ্বাস দিলা, পৃথিৱী দেখুৱালা.. মই মাথো তোমাৰ আঙুলিত ধৰি গৈ থাকিলোঁ ।
মোৰ ঈশ্বৰপুৰুষ ! তুমি মোক সদায়ে ধৰি ৰাখিবা মই জানো !গৰিমা বৌৰ আবেগিক ভৰা পোষ্ট 🌿 আমি অতি সোনকালেই দাদাৰ ন্যায় যাতে পাওঁ তাকে বিচাৰোঁ 🌿

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Maina posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category