Kangkana Das

Kangkana Das Hey Gyzz I am Kangkana Das. And I am here to share with you my life journey ��

24/10/2025
19/09/2025

আকৌ বহুতো শিকিবলগীয়া আছিল, বহুতো জানিবলগীয়া আছিল;তেওঁৰ ব্যক্তিত্ব,অনুপম সৃষ্টিবোৰ বহু প্ৰজন্মই অনুসৰণ কৰিবলগীয়া আছিল ,আমাৰ দৰে হাজাৰজনৰ মূল্যহীন জীৱনৰ তুলনাত তেওঁৰ নিচিনা সম্পদ জীয়াই থকাটো প্ৰয়োজন আছিল। তেওঁ প্ৰেম,আবেগ,অমৰ❤️

19/09/2025

আগতীয়াকৈ ক'ত ক'ত দূৰ্গা পূজা চালো চাওক || দক্ষিণ কামৰূপৰ মিৰ্জাৰ আটাইতকৈ ওখ ৰাৱণ দহন ||

বিয়াৰ দিনবোৰ আকৌ আহি গ'ল
18/09/2025

বিয়াৰ দিনবোৰ আকৌ আহি গ'ল

17/09/2025

নলবাৰীৰ পৰিয়ালটিৰ সৈতে এসাঁজ || নিজৰ ভালপোৱা কামবোৰ || কি কি‌ খালো চাওঁক

15/09/2025

শৰতৰ এটি বিশেষ দিনত || কি কি আছিল এই দিনটোত চাওক || এটা দিন বিশিষ্ট সাহিত্যিকসকলৰ মাজত🥰🥰

শিক্ষা ব্যৱস্থাৰ অৱস্থা অনুসন্ধান কৰিবলৈ আমি প্ৰশিক্ষাৰ্থীসকল😁 / Survey
15/09/2025

শিক্ষা ব্যৱস্থাৰ অৱস্থা অনুসন্ধান কৰিবলৈ আমি প্ৰশিক্ষাৰ্থীসকল😁 / Survey

14/09/2025

বন্ধৰ দিনটোত ক'ত ফুৰিব গ'লো চাওঁক || প্ৰকৃতিৰ মাজত আমি❤️❤️ || ছয়গাঁও- বামুণী গাওঁ হৈ

12/09/2025

বা'ৰ পঞ্চামৃত || নতুন আলহী আহিবৰ বাবে প্ৰস্তুতি || কি কি খাবলৈ দিলো চাওক

Address

Mirza
Guwahati
781125

Alerts

Be the first to know and let us send you an email when Kangkana Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kangkana Das:

Share