Pratibimba Live NE

  • Home
  • Pratibimba Live NE

Pratibimba Live NE Pratibimba publication and entertainment opc pvt Limited is a registered company.

"বাক্সা জেইলত যদি কোনো নাই আমাৰ আগৰ কেছ আছে, আমাক বাক্সা জেইলত ভৰাই দিয়ক"শৃংখল চলিহা                #অসমীয়ানিউজ
16/10/2025

"বাক্সা জেইলত যদি কোনো নাই আমাৰ আগৰ কেছ আছে, আমাক বাক্সা জেইলত ভৰাই দিয়ক"
শৃংখল চলিহা

#অসমীয়ানিউজ

16/10/2025

📌গাওঁ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
📌চৰকাৰী আঁচনিৰ ঘৰৰ জিঅ' টেগৰ নামত ধন লোৱাৰ অভিযোগ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে
📌পাকাবেতবাৰীৰ দক্ষিণ পাকা গাওঁ পঞ্চায়তৰ সভাপতি দুলাল হকৰ বিৰুদ্ধে এই অভিযোগ ৰাইজৰ

#অসমীয়ানিউজ

16/10/2025

সাধাৰণ লোকৰ বাবে নিষিদ্ধ পথ
বাক্সা জিলা আৰক্ষীলৈ কঠোৰ নিৰ্দেশ DGPৰ

সামাজিক মাধ্যমত বিতৰ্কিত লেখক শিখা শৰ্মাৰ চাঞ্চল্যকৰ পোষ্ট বাক্সাত গাড়ী জ্বলাই হিংসাৰ পৰিৱেশ সৃষ্টি কৰা জুবিন অনুৰাগীক ...
16/10/2025

সামাজিক মাধ্যমত বিতৰ্কিত লেখক শিখা শৰ্মাৰ চাঞ্চল্যকৰ পোষ্ট
বাক্সাত গাড়ী জ্বলাই হিংসাৰ পৰিৱেশ সৃষ্টি কৰা জুবিন অনুৰাগীক ৯৯% মিঞা আখ্যা শিখা শৰ্মাৰ
শিখা শৰ্মাৰ এই মন্তব্যক লৈ জনাওক আপোনাৰ মতামত

#অসমীয়ানিউজ

জুবিন দাই এনেদৰে আমাক বিচাৰিছিল জানো?জুবিন গাৰ্গৰ ন্যায়ক লৈ সামাজিক মাধ্যমত পোষ্ট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ অভিনেত্ৰী পত্...
16/10/2025

জুবিন দাই এনেদৰে আমাক বিচাৰিছিল জানো?
জুবিন গাৰ্গৰ ন্যায়ক লৈ সামাজিক মাধ্যমত পোষ্ট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ অভিনেত্ৰী পত্নী আইমী বৰুৱাৰ
বাক্সাৰ ভয়াৱহ পৰিস্থিতিৰ পিছতেই আইমীয়ে কৰিলে এই ফেচবুক পোষ্ট
আইমীৰ এই ফেচবুক পোষ্টক লৈ জনাওক আপোনাৰ মতামত

#অসমীয়ানিউজ

বাক্সাত অব্যাহত চেপা উত্তেজনা বাক্সা জিলা কাৰাগাৰৰ পথেৰে নিষিদ্ধ সাধাৰণ লোকৰ প্ৰৱেশ কেৱল স্থানীয় বাসিন্দাৰ বাবেহে মুকলি...
16/10/2025

বাক্সাত অব্যাহত চেপা উত্তেজনা
বাক্সা জিলা কাৰাগাৰৰ পথেৰে নিষিদ্ধ সাধাৰণ লোকৰ প্ৰৱেশ
কেৱল স্থানীয় বাসিন্দাৰ বাবেহে মুকলি থাকিব পথ

#অসমীয়ানিউজ

16/10/2025

হিন্দী শিক্ষকৰ বিলৈ!
আৰক্ষীৰ থানাৰ ভিতৰত তীৰ খেল খেলি বিপদত শিক্ষক
#অসমীয়ানিউজ

16/10/2025

📌লক্ষীপুৰৰ জলেশ্বৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
📌বুজন পৰিমাণৰ নিচা জাতীয় কেপচুল সহ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

#অসমীয়ানিউজ

🔺জুবিন গাৰ্গৰ মৃত্যত কেৱল শোক প্ৰকাশ কৰিয়েই কিয় দায়িত্ব সামৰিছে আলফা(স্বা)এ? 🔺জাতীয় সম্পদ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচ...
16/10/2025

🔺জুবিন গাৰ্গৰ মৃত্যত কেৱল শোক প্ৰকাশ কৰিয়েই কিয় দায়িত্ব সামৰিছে আলফা(স্বা)এ?
🔺জাতীয় সম্পদ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰাটো আলফা(স্বা)ৰ বাবে নহয় নেকি জাতীয় দায়িত্ব?
🔺সম্পূৰ্ণ মৌন হৈ জংঘলৰ পৰা অসমবাসীৰ ন্যায়ৰ যুঁজখন চাই থকা আলফা(স্বা) সন্দৰ্ভত জনাওঁক আপোনাৰ মতামত

#অসমীয়ানিউজ

16/10/2025

ছুটী নাপাব আৰক্ষীয়ে
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশনা

📌মাজনিশা সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট জুবিন পত্নীৰ 📌বাক্সাৰ ভয়াৱহ পৰিস্থিতিৰ পিছতেই সামাজিক মাধ্যমত  পোষ্ট গৰিমা গ...
16/10/2025

📌মাজনিশা সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট জুবিন পত্নীৰ
📌বাক্সাৰ ভয়াৱহ পৰিস্থিতিৰ পিছতেই সামাজিক মাধ্যমত পোষ্ট গৰিমা গাৰ্গৰ

16/10/2025

মৃ*ত্যু হোৱা নাই দীপকৰ!
সংকটমুক্ত বাক্সাৰ ঘটনাত আঘাতপ্ৰাপ্ত দীপক মেধি আৰু বিদ্যুৎ কলিতা

Address


Alerts

Be the first to know and let us send you an email when Pratibimba Live NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratibimba Live NE:

  • Want your business to be the top-listed Media Company?

Share