20/08/2026
অসমৰ বাহন অসমীয়া দেখিলে হ'ল কিয় ইমান অত্যাচাৰ কৰে😯 শ্বিলং মেঘালয় লৈ যোৱা ৰাস্তাত,আমাৰ অসমত তো কোনো খাচিয়া মাৰ বা শ্বিলং মেঘালয় বাসিন্দাক ❌নকৰে অত্যাচাৰ!!বৰ্তমান দেখিবলৈ পোৱা মতে এই সমস্যাৰ সমাধান অতি সোনকালে ল'ব লাগে আমাৰ শক্তিশালী চৰকাৰে কাতৰ অনুৰোধ 🙏 সাৱধান মন গলেই নাযায় যাতে ৭ভনীক চাব গা ঠাণ্ডা কৰিব অন্যথা শ্বিলং মেঘালয়লৈ বুলি । অসম অসমীয়াক একো গন্য নকৰে যেন পাইছো🤔🤔কি ক'ব