The Assam Today

The Assam Today Political news & Current affairs

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
10/07/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard!

Jakir Hussain, Hibjur Rahman, Pradip Chatterjee, Monuj Dutta, Naison Basumatary, Digam Sarkar, Ropikul Ali, Hukum Ali, Surujali Alisuruj, Sukur Ali, Faguni Chutia

18/06/2024
21/04/2024

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত কৰা সমীক্ষা অনুযায়ী অসমৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১২ টা সমষ্টিত জয়লাভ কৰাটো নিশ্চিত হৈ পৰিছে। নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সৈতে আজমলৰ ব্যক্তিগত বুজাবুজি হোৱাত জয়লাভৰ সম্ভাৱনা আছে। আনহাতে ধুবুৰী সমষ্টিত আজমলে জয়লাভ কৰিব।

সমগ্ৰ দেশত হৈ যোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছৰ সমীক্ষা অনুযায়ী শাসকীয় বিজেপি মিত্ৰজোঁটে ৩৮২ খন আসন পোৱাটো প্ৰায় নিশ্চিত। ইয়াৰ বিপৰীতে ইণ্ডিয়া এলায়েন্সে ৯০ খন আৰু অন্যান্যই ৭১ খন আসন লাভ কৰিব।

অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ দৃষ্টি থকা যোৰহাট আৰু ডিব্ৰগড় সমষ্টিত প্ৰত্যাশিত ভাবে শাসকীয় দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। যোৰহাটৰ নগৰাঞ্চলত গৌৰৱ গগৈ কিছু ভোট পাবলৈ সক্ষম হ'ব যদিও গ্ৰামাঞ্চলৰ সৰহ সংখ্যক ভোট লাভ কৰি তপন গগৈয়ে প্ৰায় ডেৰ লাখৰ পৰা তিনি লাখ পৰ্য্যন্ত ব্যৱধানত জয়লাভ কৰিব।
আনহাতে ডিব্ৰুগড় সমষ্টিত লুৰিনজ্যোতি গগৈয়ে আমানতৰ ধন হেৰুওৱাৰো সমভাৱনা আছে।

বিশ্বস্ত সুত্ৰৰ পৰা জানিব পৰা মতে নগাও সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে জয়লাভ কৰিলেও পিছত বিজেপিত যোগদানৰ সমভাৱনা আছে।
কৰিমগঞ্জ সমষ্টিটো হাফিজ ৰচিদ চৌধুৰীয়ে যুঁজ দিবলৈ সক্ষম হ'ব।

21/03/2024

One marketing manager is required from each district of Assam. The salary will be Rs 10,000 plus T.A. Interested candidates should contact 91019 71104 by phone or whatsApp by March 23.

19/03/2024

বিশিষ্ট লেখক,সুচিকিৎসক,সমাজকৰ্মী ডা: অতুল বৰগোহাঁইক ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদে মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান কৰে।

Shout out to my newest followers! Excited to have you onboard!Kazimudin Ahmed, Shofiqur Rahman, Raham Ali, Deben Gogoi
19/03/2024

Shout out to my newest followers! Excited to have you onboard!

Kazimudin Ahmed, Shofiqur Rahman, Raham Ali, Deben Gogoi

03/03/2024

অসম চৰকাৰৰ চাহ জনজাতি উন্নয়ণ তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী মাননীয় সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে আছাম টুডেৰ সাক্ষ্যাৎকাৰ...

Shout out to my newest followers! Excited to have you onboard!Rahul Amin, Neog Diganta Neog, Arup Prodhani, Dipak Sahari...
03/03/2024

Shout out to my newest followers! Excited to have you onboard!

Rahul Amin, Neog Diganta Neog, Arup Prodhani, Dipak Saharia, Pankaj Deka

Shout out to my newest followers! Excited to have you onboard!Palash Hondique, Sanjoy Singh
19/02/2024

Shout out to my newest followers! Excited to have you onboard!

Palash Hondique, Sanjoy Singh

Address

Industrial State, Bamunimaidam, Guwahati/21
Guwahati
781021

Telephone

+919101971104

Website

Alerts

Be the first to know and let us send you an email when The Assam Today posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Assam Today:

Share