ViralNest

ViralNest নতুন চিন্তাধাৰাৰে কিছু ব্যতিক্ৰম

📌সোনম ৰঘুবংশীয়েই হত্যা কৰোৱাইছিল স্বামী ৰাজা ৰঘুবংশীক📌উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ সোনম ৰঘুবংশীক📌১৭ দিনে সন্ধান ...
13/06/2025

📌সোনম ৰঘুবংশীয়েই হত্যা কৰোৱাইছিল স্বামী ৰাজা ৰঘুবংশীক
📌উত্তৰ প্ৰদেশৰ গাজীপুৰৰ পৰা গ্ৰেপ্তাৰ সোনম ৰঘুবংশীক
📌১৭ দিনে সন্ধান নাছিল সোনম ৰঘুবংশীৰ
📌২৩ মে’ত ছেৰাপুঞ্জীত হানিমুনৰ বাবে আহিছিল নৱবিবাহিতা দম্পতি
📌২ জুন’ত ছেৰাপুঞ্জীৰ দ’ খাৱৈত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ
📌ৰাজাৰ হত্যাত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ।

হৃদয় বিদাৰক!
13/06/2025

হৃদয় বিদাৰক!

আহমেদাবাদ বিমান দুৰ্ঘটনাৰ বহু হৃদয়বিদাৰক কাহিনী৷ বিমান যাত্ৰীসকলৰ দুখজনক কাহিনীয়ে কন্দুৱাইছে সকলোকে৷ উদয়পুৰৰ চাকৰি এৰি ল...
13/06/2025

আহমেদাবাদ বিমান দুৰ্ঘটনাৰ বহু হৃদয়বিদাৰক কাহিনী৷ বিমান যাত্ৰীসকলৰ দুখজনক কাহিনীয়ে কন্দুৱাইছে সকলোকে৷ উদয়পুৰৰ চাকৰি এৰি লণ্ডনত নতুন জীৱন আৰম্ভ কৰিবৰ বাবে উৰা মাৰিছিল ডাঃ কমি ব্যাস নামৰ পৰিয়ালটো৷ ৩ সন্তানৰ সৈতে উৰা মাৰিছিল চিকিৎসক পৰিয়ালটো৷ কিন্তু নিমিষতে শেষ হৈ গ’ল চিকিৎসক পৰিয়ালটো৷ পৰিয়ালটোৰ ৫ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱালে শোকাৱহ দুৰ্ঘটনাটোত৷

13/06/2025

🖋️ব্ৰহ্মপুত্ৰৰ পৰা জীৱন্তে উদ্ধাৰ এজন লোক
🖋️উমানন্দ ঘাটৰ সমিপত উটি আহিছিল লোকজন

আহমেদাবাদত বৃহৎ বিমান দুৰ্ঘটনা। বিমানখনত আছিল ২৪২ গৰাকী যাত্রী। উৰণৰ ৫ মিনিটৰ পিছতে দুৰ্ঘটনাত পতিত বিমানখন। এটা অট্টালিক...
12/06/2025

আহমেদাবাদত বৃহৎ বিমান দুৰ্ঘটনা। বিমানখনত আছিল ২৪২ গৰাকী যাত্রী। উৰণৰ ৫ মিনিটৰ পিছতে দুৰ্ঘটনাত পতিত বিমানখন। এটা অট্টালিকাত খুন্দা মাৰে বিমানখনে। জৰুৰীকালীন অৱস্থা ঘোষণা গুজৰাটত। ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী বৃহৎ দল।

11/06/2025
কালি এখন চাৰিচকীয়া বাহনত গুৱাহাটীৰ এ টি ৰোডৰ শান্তিপুৰৰ পৰা চাইকেল আৰোহী মুনীন্দ্ৰ দাসক অপহৰণ কৰা দুষ্কৃতিকাৰীকেইটাক আটক...
11/06/2025

কালি এখন চাৰিচকীয়া বাহনত গুৱাহাটীৰ এ টি ৰোডৰ শান্তিপুৰৰ পৰা চাইকেল আৰোহী মুনীন্দ্ৰ দাসক অপহৰণ কৰা দুষ্কৃতিকাৰীকেইটাক আটক কৰিছে আৰক্ষীয়ে । আটকাধীন দুষ্কৃতিকাৰীকেইটা হৈছে চিৰাজুল ইছলাম, জাকীৰ আলী, চাহেব আলী আৰু বাবুল আলী । হাজোৰ পৰা আটক কৰা হৈছে দুষ্কৃতিকাৰী চাৰিটাক । চিৰাজুলে ভাড়াত লৈছিল অপহৰণ কাৰ্য সংঘটিত কৰা বাহনখন ।

11/06/2025

এবাৰ শুনিলে হেঁপাহ নপলাব আপোনাৰ!
'ভাইমন দা' ছবিখনৰ গীতটি নিষ্ঠা আৰু পৰশে
কি সুন্দৰকৈ গাইছে শুনকচোন।

11/06/2025

এৰা এৰি ক্ষণিকৰে ,
অচিৰে তুমি মই মিলিম..
দুয়োপাৰে পৃথিৱী থৈ ভালপোৱাৰে দিঙা মেলিম......

দিগন্ত ভাৰতীয়ে লিখা কি সুন্দৰ গীত ❤️

10/06/2025

জেলৰ পৰা ওলাই অহাৰ পিছত চুমি বৰা

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when ViralNest posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share