Diffusion - Spread Your News

  • Home
  • Diffusion - Spread Your News

Diffusion  -  Spread Your News News , Articles...
Independent news agency

30/08/2023

ঢকুৱাখনাৰ পৰা বিশ্ব গ্ৰন্থমেলালৈ দুই যুৱ লেখকৰ যাত্ৰা

Live Interactive Sessionঢকুৱাখনাৰ পৰা বিশ্ব গ্ৰন্থমেলালৈ দুই যুৱ লেখকৰ যাত্ৰাPriyam D Jyotsna
30/08/2023

Live Interactive Session

ঢকুৱাখনাৰ পৰা বিশ্ব গ্ৰন্থমেলালৈ দুই যুৱ লেখকৰ যাত্ৰা

Priyam D Jyotsna

17/08/2023






14/08/2023



মাৰোৱাৰী সম্প্ৰদায় সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দুখ প্ৰকাশ বদৰুদ্দিন আজমলৰ। প্ৰেছ বিবৃতিযোগে সদৰী কৰে এই কথা। মাৰোৱাৰী সম্...
14/08/2023

মাৰোৱাৰী সম্প্ৰদায় সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দুখ প্ৰকাশ বদৰুদ্দিন আজমলৰ। প্ৰেছ বিবৃতিযোগে সদৰী কৰে এই কথা। মাৰোৱাৰী সম্প্ৰদায়ৰ পৰা চৰকাৰে টকা লয় বুলি মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে।






13/08/2023





প্ৰিয় সতীৰ্থ,        শুভেচ্ছা গ্ৰহণ কৰিব । পূৰ্বৰ বজালী মহাবিদ্যালয় তথা বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত কৰ্মৰত ভূগোল-ব...
13/08/2023

প্ৰিয় সতীৰ্থ,
শুভেচ্ছা গ্ৰহণ কৰিব । পূৰ্বৰ বজালী মহাবিদ্যালয় তথা বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত কৰ্মৰত ভূগোল-বিজ্ঞান বিভাগৰ শিক্ষাগুৰুসকলৰ আহ্বানক্ৰমে আমি আপোনালোক সকলোৰে সহায়-সহযোগত এখন ন-পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। চলিত বৰ্ষৰ নবেম্বৰ মাহৰ ৪ আৰু ৫ তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই সন্মিলন আয়োজনৰ ক্ষেত্ৰত আপোনালোকৰ ইতিবাচক সহাৰি কামনা কৰিলোঁ।
তাহানিৰ বজালীৰ হে প্ৰিয় সতীৰ্থ,
আপোনাসৱলৈ আমাৰ বিনম্ৰ অনুৰোধ- আপোনালোক প্ৰত্যেকে যিমান পাৰে পুৰণি বজালী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীক যোগাযোগ কৰক আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত সহায় কৰক। ঐতিহাসিক বজালী মহাবিদ্যালয়ৰ ভূগোল-বিজ্ঞান বিভাগ একক আৰু অনন্য আৰু এনে এটা বিভাগৰ ছাত্ৰ- ছাত্ৰী হʼবলৈ পাই আমি সকলোৱে গৌৰৱান্বিত। আহকচোন, আমি সকলোৱে পুনৰ এবাৰ আমাৰ এৰি অহা কলেজীয়া দিনবোৰলৈ উভতি যাবলৈ এই অনুষ্ঠানটো সফল কৰি তোলোঁ।


13/08/2023






  #সুবিধাবাদী  " যিপিনেই জোৰ দেখোসিপিনেই লৰ মাৰো ৰাম ৰাম বুলি কৈৰাৱণক তেল মাৰোআজি যদি পূৱে কাইলৈ পশ্চিমেবিবেকে নাই মোৰ দ...
13/08/2023


#সুবিধাবাদী
" যিপিনেই জোৰ দেখো
সিপিনেই লৰ মাৰো
ৰাম ৰাম বুলি কৈ
ৰাৱণক তেল মাৰো
আজি যদি পূৱে কাইলৈ পশ্চিমে
বিবেকে নাই মোৰ দংশন হ'বলৈ
কিয়নো মই সুবিধাবাদী..."
কালি ৰাতিপুৱা ৬.০০ বজাত মুক্তি লাভ কৰিব নতুন থিয়েটাৰী Song #সুবিধাবাদী

Himanshu Prasad Das

Channel Link: https://youtube.com/

28/05/2023

Presenting The Teaser of GULAPI
Singer : NEEL AKASH
Lyrics & Produced : SUMANTA DAS
Composition : ASHWIN SHARMA (PRIYABROT)
Music : MRINMOY SARMAH (MELLODYE MAFIA)
Mixed & Mastered : TRIHANGKU LAHKAR
Music Arranger : MON PRAKASH
GFX : BHASKAR DHAPU
Poster Design : FIROZ ALI

Special Thanks to Sonali Das, Jyotisha Das, Bulti Basak, Raktimraj Roy, Dristi Naina Das, Dhritiman Saikia
And All Well Wishers...

Realising Soon

You Tube link: https://youtu.be/yAyoA9V8dQA

Address


Telephone

+918753945851

Website

Alerts

Be the first to know and let us send you an email when Diffusion - Spread Your News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Diffusion - Spread Your News:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share