CV NEWZ

CV NEWZ News and viral videos

03/03/2024
02/03/2024

বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী হব কোন?


অনুগ্ৰহ কৰি সকলোৱে   কৰিব।
07/08/2023

অনুগ্ৰহ কৰি সকলোৱে কৰিব।

🙏
23/05/2023

🙏

মনত যি আশা আছে তাকে লৈ #শ্বেয়াৰ কৰক মনৰ আশা পূৰ্ণ হব🙏🙏🙏
জয় শ্ৰী ৰাম🙏
জয় হনুমান 🙏

ব'হাগ অসমীয়াৰ স্বাভিমান-------------------------------------কপৌফুল দেখিবলৈ কিমান শুৱনি,তাতকৈ শুৱনি তুমি নাচনী।খোপাৰ কপৌ...
28/03/2023

ব'হাগ অসমীয়াৰ স্বাভিমান
-------------------------------------

কপৌফুল দেখিবলৈ কিমান শুৱনি,
তাতকৈ শুৱনি তুমি নাচনী।
খোপাৰ কপৌফুল ইমান ধুনীয়া,
হাতৰ জেতুকাৰ বোল অতি মোহনীয়া।
অ' মইহে বুজি পাওঁ চেনাই,
তোমালৈ বাৰে বাৰে চাও।
তোমাৰ লাৱনি দেহালৈ চাই চাই,
মোৰ যে হেঁপাহ নপলায়।
কেৰু,মণি, থুৰীয়া আৰু গাম খাৰু পিন্ধি,
মুগাৰ সাজেৰে তুমি নাচনী সাজি
টাকুৰী ঘূৰাদি ঘূৰি ঘূৰি নাচা ককাল ভাঙি
অ' মই যে কিমান ভাল পাওঁ
তোমালৈ বাৰে বাৰে চাও
টাক ধিন ধিন ধি ঢোলটো বজাও।

আহ নাচনী ও ককাল ভাঙি ভাঙি,
নাচ নাচনী ও দেহা হালি জালি।
এইয়া যে বহাগৰ বতৰ,
উলাহতে নাচি ভাঙোগৈ যতৰ।
বিহু বিহু বিহু বিহু আমাৰ তিনিটি,
কাতি বিহু কঙালী,মাঘ বিহু ভোগালী ,
বহাগতে নাচো আহা ব'হাগ আমাৰ ৰঙালী,
বিহু আমাৰ তিনিটি ।

ঢোল,পেপা,গগনা,
নাচনী তুমি ওলাই আহা
বিহু মাৰিবলৈ যাও।
বিহু আমাৰ মান, বিহু আমাৰ অভিমান,
বিহু যে অসমীয়া জাতিৰ স্বাভিমান।
অ' নাচনী ও বিহুক নকৰিবা অনাদৰ,
বিহুটিয়েই অসমীয়াৰ প্ৰাণ,
ই আমাৰ হৃদয়ৰ টান।।

✍️ গোবিন্দ গায়ন, বৰপেটা
৯৮৬৪৫১৩৬৭৬

🙏🙏🙏
31/01/2023

🙏🙏🙏

শোক প্ৰকাশ
-------------------
বৰপেটা: অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী,সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাসৰ বাইদেউ বিজয়া দাসে আজি প্ৰায় আঢ়ৈ বজাত নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰি অজান জগতলৈ ঢাপলি মেলে।বাইদেউৰ মৃত্যুৰ সংবাদ অসহনীয়, বেদনাদায়ক আৰু দুখজনক। দক্ষিণ বৰপেটা অঞ্চলৰ শিক্ষাৰ বাটকটীয়া বিজয়া দাসৰ মৃত্যু বৃহত্তৰ বৰপেটাৰ ভীষণ ক্ষতি।এই মন্তব্যৰে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ গায়নে গভীৰ শোক প্ৰকাশ কৰে। ইপিনে বৰপেটা জিলা অসম গণ পৰিষদ দলৰ সভাপতি গুণীন্দ্ৰ নাথ দাস জিলা সম্পাদক ধনজিৎ পাঠক, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি প্ৰদীপ দাস,আছুৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ, বৰপেটা জিলা সমিতিৰ সভাপতি দীপক কুমাৰ দাস, কাৰ্য্যকৰী সভাপতি ডম্বৰুধৰ নাথ, ধনজিৎ পাঠক আৰু নকুল তালুকদাৰ, সম্পাদক সঞ্জীৱ ওজা, খিলঞ্জীয়া সুৰক্ষা বাহিনী, অসমৰ বৰপেটা জিলা সমিতিৰ সচীব প্ৰধান সত্যেন্দ্ৰনাথ দাসৰ লগতে জাতীয়তাবাদী যোদ্ধা বিজয়া দাসৰ মৃত্যুত প্ৰণামৰ হৈ হৰকুমাৰ দাসে ও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি অমল দাস, সম্পাদক নিতুল পাটোৱাৰী,ছহিদূল ইছলাম,অজাপ বৰপেটা নগৰ সমিতিৰ সভাপতি মিদূল হুছেইন, কাৰ্য্যকৰী সভাপতি ৰাতুল দাস, সম্পাদক ধনজিৎ দাস, জাতীয় যুৱ শক্তিৰ সম্পাদক পৰাগ মণি দাসে দুখ প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Happy Birthday Zubeen Garg 🎂
18/11/2022

Happy Birthday Zubeen Garg 🎂

🛑জন্মদিনত আপুনিও জনাওক শুভেচ্ছা ।

04/11/2022

21/10/2022

সু স্বাস্থ্য কামনা কৰি আপুনিও লিখক দুষাৰী

Address


Alerts

Be the first to know and let us send you an email when CV NEWZ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to CV NEWZ:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share