04/10/2025
❤️ "হঠাতে হেৰাল কেনি... নো আমাৰে জোনাক জুবিনদা"😭😭 এই মায়াৰ ধৰা
দুদিন মাথো থাকিবা তুমি
জীৱন গ'লেই গ'ল
নিবলৈ একোকে নাপাবা তুমি
লোৱা লোৱা আৰু লোৱা
খোৱা খোৱা আৰু খোৱা
একো নাই একো নাই
মাৰা মাৰা আৰু মাৰা
চেপি চেপি তেজ খোৱা
#নিজেই_যেন_সকলো_বাখ্যা_কৰি_গ’ল😭🙏