News23.NE

News23.NE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News23.NE, Media/News Company, Guwahati.

News 23NE is one of the most popular news channels in India l News is broadcast in various languages ​​l News 23NE promises to always stand as the voice of the people of India

30/06/2025

⏺️ থিয়েটাৰ সূৰ্য্যৰ ২০২৫-২৬ৰ নতুন নাট 'মোৰ চকুলোৰে একাপ চাহ '

⏺️অজয় ফুকনৰ সংগীতেৰে সুসজ্জিত নাটকখনৰ এটি নতুন অ'ডিঅ-ভিডিঅ' গীত মুকলি

⏺️ উন্মোচন হ'ল 'টিক টক টিক টক' শীৰ্ষক গীতটি

⏺️গীতটোত কণ্ঠ জুবিন গাৰ্গ আৰু পাপৰি গগৈৰ

⏺️ ৰাজগড়ৰ মা ষ্টুডিঅ'ত অনুষ্ঠিত হয় উন্মোচনী অনুষ্ঠান

28/06/2025

নলবাৰী কাণ্ডৰ পিছতেই ৰাজ্যখনত পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান বঙাইগাঁও জিলাৰ সৃজনগ্রাম।

26/06/2025

সৃজনগ্রাম শিক্ষা খণ্ডৰ অন্তৰ্গত জি এম নাৰিকলা মজলীয়া বিদ্যালয়ত আজি " চেণ্টাৰ ফৰ মাইক্রফাইনেঞ্চ এণ্ড লাইভলিহুভ" উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে এক প্ৰশিক্ষণ অনুষ্ঠিত হয়।

26/06/2025

পত্নীক ছুপাৰী কিলাৰ লগাই হ*ত্যা কৰিলে স্বামীয়ে

26/06/2025

উত্তৰ গুৱাহাটীবাসীয়ে অতি শীঘ্রে পাব খোৱা পানী।

25/06/2025

চেঙা উন্নয়ন খণ্ডৰ অধিনস্থ নৱনির্বাচিত পঞ্চায়ত প্রতিনিধি সকলৰ শোেপত গ্রহণ অনুষ্ঠান চৰকাৰী নিৰ্ধাৰিত তাৰিখে বাঘমাৰা চৰ গাঁও পঞ্চায়ত কার্যালয়ত অনুষ্ঠিত হ'ব।

23/06/2025

বঙাইগাঁও জিলাৰ অভয়াপুৰীত মাজ ৰাতি অবৈধ বাবে চলা কাঠৰ ঘাড়ী ৰাইজে জব্দ কৰি অভায়াপুৰী বন বিভাগত চমজাই দিয়ে।

কাঠ ভৰ্তি ঘাড়ীখন গোলাপাৰাৰ পৰা গোৱাল পাৰা অভিমুখে যাওঁতে ৰাইজে কৰায়েত্ত কৰে।

জানিব পৰা মতে তিনি খন কাঠ ভৰ্তি ঘাড়ী গোলাপাৰাৰ পৰা গোৱাল পাৰা অভিমুখে যায় ।

কাঠ ভৰ্তি ঘাড়ী তিনি খন ৰাইজে কৰায়েত্ত কৰে যদিওঁ ঘটনা স্থলীৰ পৰা দুখন ঘাড়ী পলায়ন কৰে।

জব্দ কৃত কাঠ ভৰ্তি বাহন খনৰ নম্বৰ হৈছে AS19 AG 1161 আৰু পলায়ন কৰা ঘাড়ী দুখন হৈছে AS15 AC 9014 , AS15AC 5634

অৱশেষত ঘটনা স্থলীত বন বিভাগৰ লোক আহি কাঠ ভৰ্তি ঘাড়ীখন জব্দ কৰি লৈ যায়।

23/06/2025

📌পুনৰ চহকী হ'ল সাহিত্যৰ-সংস্কৃতিৰ ভঁৰাল

📌গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হ'ল প্ৰিয় নাৰী মন্দিৰা বৰুৱাৰ "বিহু বিনন্দীয়া " ও " বিয়া নাম অমিয়া " শীৰ্ষক দুখনি গ্ৰন্থ

📌এশ বছৰ পুৰণি বিহু গীত সমূহ বিভিন্ন ধৰণে সংগ্ৰহ আৰু চৰ্চা কৰি গ্ৰন্থ আকাৰে যুৱপ্ৰজন্ম আৰু পঢ়ুৱৈ সমাজৰ বাবে উচৰ্গা কৰে ড০ মন্দিৰা বৰুৱাই

23/06/2025

📌সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ উদ্যোগত
বিভিন্ন আদিবাসী জাতি-জনগোষ্ঠীয় সংগঠনৰ
'জাতিগত লোকপিয়ল' সন্দর্ভত প্রথম আলোচনা চক্র সম্পন্ন
📌 গুৱাহাটীষ পল্টনবজাৰ স্থিত INTUC সভাকক্ষত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ

23/06/2025

সাংসদ ৰকিবুল হুছেইনক পশু খেদা দিলে গোৱালপাৰা জিলাৰ হাছিলা বিলৰ উচ্ছেদিত ভূক্তভূগি ৰাইজে।

বঙাইগাঁৱৰ মহিলা সাংবাদিক তৰালী উপাধ্যায়ক NEBCUS ৰ বঁটা প্ৰদান।আজি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক অনুষ্ঠানত "শ্ৰেষ...
22/06/2025

বঙাইগাঁৱৰ মহিলা সাংবাদিক তৰালী উপাধ্যায়ক NEBCUS ৰ বঁটা প্ৰদান।

আজি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক অনুষ্ঠানত "শ্ৰেষ্ঠ সৃষ্টিশীল মহিলা সাংবাদিক" বঁটা প্ৰদান কৰে তৰালী উপাধ্যায়ক।

22/06/2025

📌গুৱাহাটীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত "বন্ধু91"ৰ উদ্যোগত কৃতি ছাত্ৰ - ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান

📌হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ১৬গৰাকী ছাত্ৰ/ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

Address

Guwahati
BIKE

Alerts

Be the first to know and let us send you an email when News23.NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News23.NE:

Share