31/10/2025
আজি ৰাষ্ট্ৰীয় একতা দিৱস ।
লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী ৷
মহা মানৱ গৰাকীৰ জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশে পালন কৰিছে ৰাষ্ট্ৰীয় একতা দিৱস ৷
সমান্তৰাল ভাৱে এই দিৱসৰ লগত সংগতি ৰাখি চলন্তাপাৰাস্থিত ST.XAVIERS PUBLIC SCHOOL য়ে উলিয়াইছে একতাৰ বাবে দৌৰ'৷
বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰাস্থিত ।
゚viralシypシ゚viralシhtag