
24/03/2025
নিজৰ মানুহক ইমান বেয়াকৈ সমালোচনা কৰিব নেপায়। খেলত হাৰা, জিকা থাকেই। RR এ ইমানো বেয়া খেলা নাই, মাত্ৰ বলিং অলপ বেয়া হল। সিহঁতে সম্পূৰ্ণ বেটিং পিটচ বনাইছে, হয়টো RR management এ ধৰিব নোৱাৰিলে, সেইবাবে toss ত জিকিও বলিং ললে। আৰু ৰিয়ান পৰাগৰ ওপৰত বহুত প্ৰেচাৰ আছিল, 6 মাৰিব চাই আউট হৈছে, please নিজৰ খেলুৱৈক বেয়াকৈ নকব 🙏