
19/08/2025
It was a privilege to attend the traditional Aaroj (prayer) of Bathou Dharma. The serene rituals and profound teachings of the Bathou faith left me deeply inspired.
বাক্সা অঞ্চলত থকা বাবে বাথৌ সেৱাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলো। আমি থকা ঘৰৰ লগতে মন্দিৰ এভাগত সেৱা কৰাৰ সৌভাগ্য হয়।