Asom Report 24

  • Home
  • Asom Report 24

Asom Report 24 ....(প্ৰতিভাৰ সন্ধানত এখোজ আগত)...A web news portal

16/10/2025

■জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আজিও অনুৰাগীয়ে এনেদৰে পৰিবেশন কৰি আছে মায়াবিনী।

14/10/2025

■বৰক্ষেত্ৰীৰ শিয়ালমাৰীত একেটা পৰিয়ালৰ তিনিটা মোবাইল চোৰ আটক।
■আৰক্ষীয়ে আটক কৰা চোৰ তিনিটা ক্ৰমে হাইছুদ্দিন আলী, নইমুদ্দিন আলী আৰু হাছমত আলী।

12/10/2025

📌বৰক্ষেত্ৰী‌ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ফাতেহা-ই-দোৱাজ-দহম উদযাপন

11/10/2025

📌বৰক্ষেত্ৰীৰ চাউলখোৱাত জিএনআৰচি হাস্পতালৰ কাৰ্য্যবাহী সম্পাদক শতাব্দী বৰাৰ সংবাদমেল ।
📌নগদবিহীন সার্বজনীন স্বাস্থ্য সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰে চাউলখোৱাত বিশাল স্বাস্থ্য শিবিৰৰ আয়োজন ।


Asom Report 24

11/10/2025

মুকালমুৱাস্থিত বিদ্যাজ্যোতি একাডেমিত পবিত্ৰ ফাতেহা-ই-দোৱাজ দহম উদযাপন।

11/10/2025

■মুকালমুৱাৰ মেৰুৱাট্টাৰীত এটাৰ পিছত আনটো চুৰিকাণ্ডৰ ঘটনা।
■এইবাৰ চোৰক হাতে-লোতে ধৰি গতাই দিলে আৰক্ষীক ।

■২০২৫ বৰ্ষৰ শান্তিৰ নোবেল ভেনিজুৱেলাৰ মাৰিয়া কৰিণা মাচাডোলৈ।
10/10/2025

■২০২৫ বৰ্ষৰ শান্তিৰ নোবেল ভেনিজুৱেলাৰ মাৰিয়া কৰিণা মাচাডোলৈ।

10/10/2025

■বিশেষভাবে সক্ষম ব্যক্তিকো নেৰিলে চোৰে।
■মুকালমুৱা মেৰুৱাট্টাৰীৰ বিশেষ ভাবে সক্ষম বাটচু আলীৰ‌ ই-ৰিক্সাৰ আঠটাকৈ বেটাৰী চুৰি।

08/10/2025

■বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰচিদ আহমেদ পুঁথিভৰাল আৰু প্ৰানীবিজ্ঞান বিভাগৰ উদ্যোগত গ্ৰন্থ মেলা।

08/10/2025

■বৰক্ষেত্ৰীৰ কুৰিহাত বিনামুলীয়া চকু পৰীক্ষা শিৱিৰ।
■মেহবুবিয়া ৱেলফেয়াৰ ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হয় বিনামুলীয়া চকু চিকিৎসা শিৱিৰ।

■সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ।
08/10/2025

■সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ।

Address


Telephone

+919678086751

Website

Alerts

Be the first to know and let us send you an email when Asom Report 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Asom Report 24:

  • Want your business to be the top-listed Media Company?

Share