31/05/2025
ছয়গাঁওৰ পৰা গুৱাহাটীলৈ যোৱা কলহী নদীৰ ওপৰত থকা দলং খনৰ ভয়ানক অৱস্থা , ছয়গাঁওত থকা জামে মছজিদ খনৰো বেছি ভাল অৱস্থা নহয়, যদিহে আজিৰ ভিতৰত দলংখনৰ কাম ভালকে কৰিব
পাৰে তেনেহলে মছজিদ খনৰ কোনো ক্ষতি নহ'ব