Apurba Ankit Official

  • Home
  • Apurba Ankit Official

Apurba Ankit Official An actor, performer & absolute pet-lover. Be kind to animals জীৱ জন্তুৰ প্ৰতি দয়ালু হওক।

২০০৪ চনৰ মধ্যঅসমৰ ভয়ংকৰ বানপানীৰ অভিজ্ঞতা। মানুহ, জীৱ জন্তু, ঘৰ দুৱাৰকে আদি কৰি ৰাইজৰ খেতি পথাৰ সকলোবোৰ ভয়ংকৰ ভাৱে অনিষ্...
22/07/2026

২০০৪ চনৰ মধ্যঅসমৰ ভয়ংকৰ বানপানীৰ অভিজ্ঞতা। মানুহ, জীৱ জন্তু, ঘৰ দুৱাৰকে আদি কৰি ৰাইজৰ খেতি পথাৰ সকলোবোৰ ভয়ংকৰ ভাৱে অনিষ্ট হৈছিল কিমান যে জীৱ মৃত্যুৰ মুখত পৰিছিল। চাৰিওফালে হাহাকাময় পৰিস্থিতি হৈছিল কেৱল দুখ লগা বেয়া ছবিবোৰ। উজনি অসমৰ ভয়ংকৰ বানপানীৰ পৰিস্থিতি দেখি ২০০৪ চনৰ মধ্যঅসমৰ ভয়ংকৰ বানপানীৰ কথা মনত পৰি গ’ল। মৰিগাঁওৰ ৰাইজে ভয়ংকৰ বানপানীৰ দুৰ্যোগ সেই ২০০৪ চনতে পাৰ কৰিছিল। অতিকৈ বেয়া লগা দুখ লগা আছিল।

এইবাৰ উজনি অসমৰ যোৰহাট শিৱসাগৰৰ বানপানী মধ্যঅসমৰ ২০০৪ চনৰ দৰেই। অতিকৈ ভয়ংকৰ আৰু দুখ লগা।

সকলোবোৰ আগৰদৰে ভাললৈ ঘুৰি আহক...🙏

আজি শুভাৰম্ভণি । নাম দিয়া হৈছে "লগে ভাগে এসাঁজ" থলোৱা খাদ্যৰে সমৃদ্ধ । আপোনালোকে যদি মন কৰে থলোৱা খাদ্যৰ জুতি লবলৈ নেনেহ...
16/07/2026

আজি শুভাৰম্ভণি । নাম দিয়া হৈছে "লগে ভাগে এসাঁজ" থলোৱা খাদ্যৰে সমৃদ্ধ । আপোনালোকে যদি মন কৰে থলোৱা খাদ্যৰ জুতি লবলৈ নেনেহলে আমাৰ ইয়ালৈ আহিব সকলোৱে ।

ঠিকনা মৰিগাঁওৰ বিহুতলীৰ নিচেই কাষতে।

আহিব দেই...🙏

Kuldip Bordoloi

বৰ দুঃখজনক খবৰ। অসমীয়া ছবি জগতৰ এটুকুৰা অমূল্য হীৰা নোহোৱা হল। পূৰবী শৰ্মা বাইদেউলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলোঁ...🙏অসমীয়...
15/07/2026

বৰ দুঃখজনক খবৰ। অসমীয়া ছবি জগতৰ এটুকুৰা অমূল্য হীৰা নোহোৱা হল। পূৰবী শৰ্মা বাইদেউলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলোঁ...🙏

অসমীয়া অভিনয় ক্ষেত্ৰখনৰ এইয়া অপূৰণীয় ক্ষতি।

14/07/2026

মৰিগাঁও টাউনৰ ব্যস্ত পথত, যানবাহনৰ ভীৰৰ মাজত এই দুটা ঘোঁৰা "মাক আৰু পুতেক" সদায়েই দেখা পোৱা যায়। দূৰ্ঘটনাত ঘোঁৰা দুটাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে, গতিকে ঘোঁৰা দুটাৰ যাতে কোনো ক্ষতি নহয় সকলোৱে লক্ষ্য ৰাখি যানবাহন বোৰ চলাব দেই..🙏

আজিকালি এনেবোৰ দৃশ্য বিৰল।

fans

Rengoni TV makeup room || Old is gold || Throwback memories || Shooting 🎬
10/07/2026

Rengoni TV makeup room || Old is gold || Throwback memories || Shooting 🎬

Address

Zoo Road Tiniali

Website

Alerts

Be the first to know and let us send you an email when Apurba Ankit Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Apurba Ankit Official:

Shortcuts

  • Want your business to be the top-listed Media Company?

Share