Amal and travels

Amal and travels I am now feeling travels love

08/08/2025
07/08/2025

লখিমপুৰ জিলাৰ বগীনদী মণ্ডল বিজেপিৰ সভাপতি ধীৰেন সোনোৱালৰ চিঠিৰ ভিত্তিত বগীনদীলৈ আহিল CID ৰ দল ।
ভুৱা ৱৰ্ক অৰ্ডাৰৰ ভিত্তিত এটা প্ৰতিষ্ঠানে ধীৰেন সোণোৱালৰ ভাড়াঘৰত জমা ৰাখিছিল আঁঠুৱা ।
CID ত ৰুজু হৈ থকা পুৰণা গোচৰৰ ভিত্তিত আঁঠুৱা খিনি চমজাই দিলে CID ক ধীৰেণ সোনোৱালে।
M/S Kam International ক কেবাবাৰো ধীৰেণ সোনোৱালে লিখিছিল চিঠি ।
ভাড়াৰ ধন আৰু আঁঠুৱাখিনি লৈ যাবলৈ প্ৰতিষ্ঠানটোক বাৰম্বাৰ চিঠি লিখিছিল সোণোৱালে ।
অৱশেষত আৰক্ষীক অনুৰোধ কৰি আঁঠুৱাখিনি লৈ যাবলৈ অনুৰোধ কৰে তেওঁ ।।

Address

Boginadi Po+PS Boginadi Drist Narth Lakhimpur
Guwahati
787032

Alerts

Be the first to know and let us send you an email when Amal and travels posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Amal and travels:

Share

Category