Prag News Digital

Prag News Digital The First News Channel In North East that brings you the news, views and analysis from all corners of our North East, India 24 X 7.

তললৈ জাঁপ মাৰি পুত্ৰৰ জীৱন ৰক্ষা
08/09/2025

তললৈ জাঁপ মাৰি পুত্ৰৰ জীৱন ৰক্ষা

08/09/2025

▶পুৰণি ৰ’লছ ৰয়েচ চলাই ৰাঁচীৰ ৰাজপথত এম এছ ধোনী

08/09/2025

🔹বিশ্ববন্দিত শিল্পী ড০ ভূপেনদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন এজন শিক্ষকৰ
🔹ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ শিক্ষক অনুপ কুমাৰ শৰ্মাই এটি স্বৰচিত গীতেৰে শিল্পীজনাক শ্ৰদ্ধাৰ্ঘ্য

08/09/2025

▶জিভাত কা*মু*ৰিছে সাপে
▶সাপক প্ৰথমে খুৱালে গাখীৰ
▶সাপক দিছে খুঁটি*য়াব

ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
08/09/2025

ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে

ঘৰ জোঁৱাই ৰাখি এতিয়া চকুলো টুকিছে এটি অসহায় পৰিয়ালে। জী-জোৱাঁইক ঘৰত আশ্ৰয় দি এতিয়া বিপদত পৰিছে জুৰীয়াৰ ফুৰ...

08/09/2025

▶ভতিজাকে হত্যা কৰিলে খুৰীয়েকক
▶দাৰে ঘপিয়াই ঘপিয়াই হত্যা
▶নৃশংস হত্যাকাণ্ডৰ কাৰণ এখন স্কুটি

08/09/2025

ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্মবাৰ্ষিকী উপলক্ষে মুম্বাইত আয়োজিত অনুষ্ঠানত উপস্থিত প্ৰাগ নিউজৰ CMD ড° সঞ্জীৱ নাৰায়ণ

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
08/09/2025

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক

অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্রাপ্ত ৩৩খন জিলা সাহিত্য সভা আৰু এহেজাৰখন শাখা সাহিত্য ...

▶️আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ  জন্মশতবাৰ্ষিকী▶️১০০ বছৰীয়া জন্ম বাৰ্ষিকীত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণাম
08/09/2025

▶️আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী
▶️১০০ বছৰীয়া জন্ম বাৰ্ষিকীত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণাম

08/09/2025

🔹কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
🔹নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

🌻সুপ্ৰভাত🌻আপোনাৰ দিনটো শুভ হওক...
08/09/2025

🌻সুপ্ৰভাত
🌻আপোনাৰ দিনটো শুভ হওক...

দৰঙৰ সেনাপতিপাৰাত অঘটনপিতৃৰ সৈতে পুখুৰীত পৰি মৃত্যু ৫ বছৰীয়া শিশুৰপিতৃৰ কান্ধত উঠি পুখুৰীত গা ধুবলৈ নামিছিল শিশুটিপিতৃ ধ...
07/09/2025

দৰঙৰ সেনাপতিপাৰাত অঘটন
পিতৃৰ সৈতে পুখুৰীত পৰি মৃত্যু ৫ বছৰীয়া শিশুৰ
পিতৃৰ কান্ধত উঠি পুখুৰীত গা ধুবলৈ নামিছিল শিশুটি
পিতৃ ধীৰাজ চহৰীয়া সংকটজনক অৱস্থাত চিকিৎসাধীন
মাতৃ নিজৰা চহৰীয়াৰ চকুৰ সন্মুখতে মৰ্মান্টিক ঘটনা
মৃত শিশুটিক পুখুৰীৰ পৰা উদ্ধাৰ স্থানীয় ৰাইজৰ

Address

Prag Tower, Below Ulubari Overbridge, G. S. Road
Guwahati
781007

Website

Alerts

Be the first to know and let us send you an email when Prag News Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share