NewzNow National

NewzNow National An Assamese/English/Hindi/Bangla Daily tabloid for an evolved and informed Northeastern.. Follow us and stay updated about the gateway to Northeast India.
(1)

30/06/2025

'আপুনি আঙুলি টোঁৱাই কথা নক'ব। আমাক আঙুলি টোঁৱাই কথা নক'ব'। ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ।'

মাজুলীৰ গড়মূৰত বিধায়ক ভুৱন গাম আৰু প্ৰতিবাদকাৰীৰ মাজত বাকযুদ্ধ

30/06/2025

মুখ্যমন্ত্ৰীৰ কনভয়ত বটল নিক্ষেপ

'কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে, তেওঁলোকৰ কেনেকৈ চলিব?'

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ইলন মাস্কৰ AI Grok য়ে ক'লে গৰুচোৰ প্ৰসংগত অসমৰ ৰাইজৰ ব্যাপক খঙৰ কথা!
30/06/2025

ইলন মাস্কৰ AI Grok য়ে ক'লে গৰুচোৰ প্ৰসংগত অসমৰ ৰাইজৰ ব্যাপক খঙৰ কথা!

30/06/2025

আধা কংগ্ৰেছীয়ে গৰু খায়!

অভিযোগ মুখ্যমন্ত্ৰীৰ

30/06/2025

মাৰহাটৰ উজানপেটলা বৰভিটা গাঁৱত জঘন্য ঘটনা

বিগত ৭ মাহে বলপূৰ্বক এগৰাকী মহিলাক যৌ*ন আতিশাৰ্য চলোৱাৰ অভিযোগ এজন ব্যক্তিৰ বিৰুদ্ধে

সাত মহৰ অন্তঃসত্তা ভুক্তভোগী মহিলাগৰাকী

30/06/2025

বৰপেটাত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা

বৰপেটাৰ কুকাৰপাৰত আৰক্ষীয়ে নিশা জব্দ কৰে ৫৩ টা চোৰাং গৰুসহ এখন ট্ৰাক

চোৰাং গৰুৰ ছিণ্ডিকেটত নাম সাঙুৰ খাইছে সংখ্যালঘু নেতাৰ

30/06/2025

মণিপুৰত ভয়ংকৰ গুলীবৰ্ষণ

অচিনাক্ত দুৰ্বৃত্তৰ গুলীবৰ্ষণত নিহত ৪ জন

30/06/2025

বোকাখাতৰ‌ গ্ৰেণেড বিস্ফোৰণত আহত অসম আৰক্ষীৰ ৩ জোৱানক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

আৰক্ষীৰ জোৱান‌ ৩ গৰাকীৰ ‌সাহসক শলাগ লয় মুখ্যমন্ত্ৰীয়ে

30/06/2025

ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ কপিকলযুক্ত দিখৌ দলঙক হত্যাৰ ষড়যন্ত্ৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কপিকলযুক্ত দলংখন ভঙাৰ প্ৰস্তাৱ দাখিলৰ পিছতেই গৰজি দল সংগঠন

হাতে - হাতে প্লে-কাৰ্ড লৈ দিখৌ দলঙৰ ওপৰত দল সংগঠনৰ প্ৰতিবাদ

30/06/2025

গীৰগাই কেলেংকাৰীৰ বিচাৰ লাগে ৰঙিয়াত CPI ৰ দলক

ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী CPI(M) দলৰ

30/06/2025

'মা আমি নলবাৰীলৈ যামে, মা আমি গৰু চোৰ চামেই'

'এই গীতটো শুনিলে আমাৰ হৃদয়ত কঁপনি উঠে'

কিয় এনেদৰে ক'লে অশোক শৰ্মাই ?

30/06/2025

তিনিচুকীয়া TDA মাৰ্কেটত সংঘটিত দলবদ্ধ মাৰপিটৰ ঘটনা সন্দৰ্ভত দল,সংগঠনৰ সংবাদমেল

দলবদ্ধ মাৰপিট ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী উত্থাপন সংবাদমেলত

Address

Guwahati
781038

Telephone

+919613024168

Alerts

Be the first to know and let us send you an email when NewzNow National posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewzNow National:

Share