19/09/2025
এটা বৰ্ণিল যুগৰ পৰিসমাপ্তি....।
অসমীয়া জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি। জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল এটা পূৰ্ণ অনুষ্ঠান।
এই শোকাস্তব্ধ মূহুৰ্তত Rnewsindia24 পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ সদগতিৰ হকে অশ্ৰুভৰা নয়নেৰে একাঁজলি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।
অসমীয়াৰ বুকুৰ মাজত জুবিন গাৰ্গ আজীৱন জীয়াই থাকিব। আমি বাকৰুদ্ধ, আমি ভাষাহীন...।
ঔঁম্ শান্তি!