Sach The Reality

Sach The Reality Northeast’s foremost Digital Media Network
(2)

14/07/2025

বৰদলনিত অংগনাবাড়ী কর্মীৰ প্ৰতিবাদ, মাননি নহয় দৰমহা বৃদ্ধি কৰিবলৈ দাবী অংগনাবাড়ী কৰ্মীৰ।

14/07/2025

ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা । মহিলাৰ কৰুণ মৃত্যু ।

14/07/2025

নিশাৰ ভিতৰতে কাৰ আৰ্শীবাদত অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ পালে প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাসে

প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাসৰ বিৰুদ্ধে অভিযোগ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

14/07/2025

পৃথিৱীলৈ উভতিল ভাৰতৰ মহাকাশচাৰী শুভাংশু শুক্লা।
১৮ দিন মহাকাশত কটোৱাৰ পিছত ISSৰ পৰা Axiom-4ৰ Undocking সফলতাৰে সম্পূৰ্ণ।
কাইলৈ বিয়লি ৩ বজাত কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰিব ড্ৰেগণ যানখন।

গোৱালপাৰাত বজ্ৰপাত পৰি এজন লোকৰ মৃত্যুমৃত লোকজনৰ নাম প্ৰশান্ত কলিতা
14/07/2025

গোৱালপাৰাত বজ্ৰপাত পৰি এজন লোকৰ মৃত্যু

মৃত লোকজনৰ নাম প্ৰশান্ত কলিতা

14/07/2025

লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰক পহু খেদা ।
বিধায়কৰ খেয়াল খুচি মতে আঞ্চলিক পঞ্চায়ত গঠনক লৈ উত্তপ্ত পৰিস্থিতি

14/07/2025

কামৰূপ (ম)ৰ ADC ত্ৰিদীপ কুমাৰ কোঁৱৰৰ মৃত্যু

মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু

কামৰূপ (ম)ৰ ADC ত্ৰিদীপ কুমাৰ কোঁৱৰৰ মৃত্যু
14/07/2025

কামৰূপ (ম)ৰ ADC ত্ৰিদীপ কুমাৰ কোঁৱৰৰ মৃত্যু

পৃথিৱীলৈ উভতিল ভাৰতৰ মহাকাশচাৰী শুভাংশু শুক্লা। ১৮ দিন মহাকাশত কটোৱাৰ পিছত ISSৰ পৰা Axiom-4ৰ Undocking সফলতাৰে সম্পূৰ্ণ।...
14/07/2025

পৃথিৱীলৈ উভতিল ভাৰতৰ মহাকাশচাৰী শুভাংশু শুক্লা। ১৮ দিন মহাকাশত কটোৱাৰ পিছত ISSৰ পৰা Axiom-4ৰ Undocking সফলতাৰে সম্পূৰ্ণ।
কাইলৈ বিয়লি ৩ বজাত কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰিব ড্ৰেগণ যানখন।

14/07/2025

মহানগৰীৰ পানবজাৰত ৰহস্যজনক ভাৱে যুৱকৰ মৃতদেহ উদ্ধাৰ

পানবজাৰৰ ৰেৱতী চাট হাউচৰ সমীপত সংঘটিত এই ঘটনা

14/07/2025

📌आज के 10 मुख्य समाचार l

কংগ্ৰেছ এটা অহংকাৰী দলঃ অখিল গগৈ
14/07/2025

কংগ্ৰেছ এটা অহংকাৰী দলঃ অখিল গগৈ

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Sach The Reality posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sach The Reality:

Share