B24 অসম NE

B24 অসম NE জাতি আৰু জনতাৰ কণ্ঠ

20/06/2024

ৰিপুন বৰাৰ উপস্থিতিত শ শ লোকে যোগদান কৰিলে TMC ত

20/06/2024

পকৰী বিক্ৰেতাৰ ৰূপত সাংসদ ফণীভূষণ চৌধুৰী

20/06/2024

ৰাভা দিৱসৰ দিনা এটা ব্যতিক্ৰমী পৰিয়াল

15/06/2024

# গৌৰীপুৰ আৰক্ষীৰ বৃহৎ সফলতা ...

# বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক তিনিজন যুৱক...

# টেবলেটখিনি আদান-প্ৰদান কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰে সৰবৰাহ দুগৰাকীক...

15/06/2024

আৰক্ষীয়ে আটক কৰিলে হত্যাকাণ্ডত অভিযুক্ত তিনি হত্যাকাৰীক

15/06/2024

দেৰগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা

14/06/2024

# টোলকৰক লৈ ক্ষুব্ধ স্বয়ং বিজেপি কৰ্মী...

# ধনৰ অভাৱত কৰ দিব নোৱাৰি অপমানৰ সন্মুখীন শোণিতপুৰৰ বিজেপি কৰ্মী ৰাকেশ দাস...

# সামাজিক মাধ্যমত চৰকাৰক তুলাধুনা খোদ বিজেপি কৰ্মীৰ...

14/06/2024

দক্ষিণ কামৰূপৰ সত্ৰপাৰাত শ্ৰী শ্ৰী মাঁ ভগৱতী পুজা ও সাংস্কৃতিক সন্ধিয়া

13/06/2024

ফুলনি নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা

13/06/2024

# NEET পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ খবৰ...

# বাতিল কৰা হৈছে 'গ্ৰেছ মাৰ্ক' লাভ কৰা প্ৰাৰ্থীৰ স্ক'ৰ-কাৰ্ড ...

# পুনৰ পৰীক্ষাত বহিব লাগিব ১,৫৬৩ গৰাকী শীক্ষাৰ্থী ...

# ২৩ জুনত অনুষ্ঠিত হ'ব পৰীক্ষা...

# উচ্চতম ন্যায়ালয়ৰ শুনানিত NTA ঘোষণা...

13/06/2024

# চৰকাৰী আঁচনিৰ সুবিধা নাপাই সাধাৰণ ৰাইজে...

# আঁচনিৰ ধন সোমাই দলীয় কৰ্মীৰ পকেটত...

# চিলাপথাৰত চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি ...

# গোচৰ ৰুজু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ...

# আটক বিজেপিৰ বুথ সমিতিৰ সভাপতি পৰিমল বিশ্বাস ...

🔴পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড 🔴ঘটনাৰ স্থান দক্ষিণ কামৰূপৰ কুকুৰমাৰা ভাঠিপাৰা🔴বন্ধুৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ক্ষীৰোদ দাসে...
13/06/2024

🔴পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড

🔴ঘটনাৰ স্থান দক্ষিণ কামৰূপৰ কুকুৰমাৰা ভাঠিপাৰা

🔴বন্ধুৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ক্ষীৰোদ দাসে

Address

Kahilipara Road, Jatia , Opt Rupam Rabha Path
Guwahati
781019

Alerts

Be the first to know and let us send you an email when B24 অসম NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share