AJ News Live

AJ News Live Official page of AJ News Live. Keep watching & stay connected for all news updates!

13/07/2025

বহুল চৰ্চিত অৰ্চিতা ফুকন সন্দৰ্ভত আহি পৰিছে নতুন খবৰ
অৰ্চিতাই কোনো নীলা ছবিত কাম নকৰে
অৰ্চিতা ফুকন নাথাকে আমেৰিকাত

12/07/2025

পিছে কোনো এই অৰ্চিতা ফুকন?
হাজাৰ হাজাৰ লোকে বিচাৰিছে তাইক

11/07/2025

✍🏻নাজিৰাত অসম চাৰু কাৰু কলা পৰিষদৰ উদ্যোগত ৰংতুলিকাৰ সহযোগত তিনিদিনীয়াকৈ আয়োজিত ভাস্কর্য আৰু গ্ৰাফিক্সৰ কৰ্মশালাৰ সফল সামৰণি

ৰুক্মিণীগাঁও - ডাউন টাউন ফ্লাইঅ'ভাৰ মুকলি কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেল্ফি তুলিবলৈ ৰাইজৰ ভিৰ
06/07/2025

ৰুক্মিণীগাঁও - ডাউন টাউন ফ্লাইঅ'ভাৰ মুকলি কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেল্ফি তুলিবলৈ ৰাইজৰ ভিৰ

06/07/2025

✍🏻চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়া আৰু ঢেকীয়াজুলিৰ সাংবাদিক বিমলজ্যোতি নাথ
আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত নাজিৰা সমজিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান নাজিৰা সাংবাদিক মঞ্চৰ৷
✍🏻স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ যোৱা সাংবাদিকক সমজিলা আয়ুক্ত বিৰুদ্ধে হিন্দী ভাষাত অভব্য আচৰণ কৰাৰ অভিযোগ!!

06/07/2025

সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা তীব্ৰ গৰিহণা অসমীয়া যুৱ মঞ্চ নাজিৰা আঞ্চলিক সমিতিৰ।

আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকীমুকলিৰ পূৰ্বে মহানগৰীৰ ভগদত্ত উৰণ সেতুৰ দৃশ্য
05/07/2025

আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী
মুকলিৰ পূৰ্বে মহানগৰীৰ ভগদত্ত উৰণ সেতুৰ দৃশ্য

03/07/2025
01/07/2025

নাজিৰাত কৃত্ৰিম বান!
এজাক বৰষুণতে বুৰিল নাজিৰাৰ একাংশ ৰাজপথ!

29/06/2025

সাংবাদিকক যদি জয়ন্ত মল্ল বৰুৱাই বেয়াকৈ কৈছে ,তেন্তে তেওঁক্ষমা খোজা উচিত । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

Address

North Gauhati

Telephone

+917002197671

Website

Alerts

Be the first to know and let us send you an email when AJ News Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AJ News Live:

Share