News 24 Assam

News 24 Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News 24 Assam, Media/News Company, Guwahati.

অহা কাইলৈ মুকলি হবলগীয়া মহানগৰীৰ ভগদত্ত উৰণ সেতুৰ দৃশ্য
05/07/2025

অহা কাইলৈ মুকলি হবলগীয়া মহানগৰীৰ ভগদত্ত উৰণ সেতুৰ দৃশ্য

06/05/2025

🔴 ~ পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ সামৰিক অভিযান "Operation Sindoor"
🔴 পাকিস্তান আৰু পাক অধ্যুষিত কাশ্মীৰৰ ৯টা স্থানত মিছাইল আক্ৰমণ ভাৰতীয় সেনাৰ
🔴 ১২ খন SU 30 MKI আৰু ৮খন Rafael জেট বিমানে পাকিস্তানৰ ৪৫ কিলোমিটাৰ ভিতৰলৈ প্ৰবেশ কৰি চলাই এই আক্ৰমণ
🔴 ভাৰতীয় সামৰিক বাহিনীৰ আক্ৰমণৰ ফলত পাকিস্তানত হাহাকাৰ পৰিস্থিতি, আক্ৰমণত কেইবাটাও সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ

উফফ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ কাৰো যাতে একো নহওক ।
03/01/2024

উফফ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ কাৰো যাতে একো নহওক ।

শেহতীয়াকৈ বিবিচিয়ে প্ৰকাশ কৰা এটা বাতৰি অনুসৰি, চন্দ্ৰৰ দক্ষিণ মেৰুত কোটি কোটি বছৰ ধৰি সূৰ্যৰ পোহৰৰ পৰা আঁতৰত থকা বহুসংখ...
23/08/2023

শেহতীয়াকৈ বিবিচিয়ে প্ৰকাশ কৰা এটা বাতৰি অনুসৰি, চন্দ্ৰৰ দক্ষিণ মেৰুত কোটি কোটি বছৰ ধৰি সূৰ্যৰ পোহৰৰ পৰা আঁতৰত থকা বহুসংখ্যক গভীৰ গহ্বৰ আছে আৰু যিবোৰৰ তাপমাত্ৰা আনুমানিক মাইনাছ ২৪৮ ডিগ্ৰী।

The moon's south pole has deep craters that have been shielded from sunlight for billions of years, with temperatures dropping to -248 degrees, the BBC reported.

(Source IANS)

17/06/2023

*HOJAI BREAKING*

হোজাইৰ কপিলীপাৰত উপস্থিত বিধায়ক ৰামকৃষ্ণ ঘোষ সহ এটি দল ।।

বানপানী আৰু কপিলী পাৰৰ মাঠাউৰি পৰ্য্যবক্ষণ কৰা লগতে ৰাইজৰ অভাৱ অভিযোগ বুজ লয় বিধায়ক গৰাকীয়ে ।।

বিধায়ক গৰাকীক সংগ দিয়ে হোজাই জিলা বিজেপি সভাপতি অনুপ দে সহ বিজেপি কৰ্মকৰ্তাই।।

বিধায়ক ৰামকৃষ্ণ ঘোষে জানিবলৈ দি কয় যে,এইবাৰ হোজাইত বানপানী নহয় চাগে।। মাঠাউৰি কামো চলি আছিল কিন্তু বৰষুণৰ বাবে ৰৈ গৈছে।। আৰু দুই মাহৰ ভিতৰত মাঠাউৰিৰ বাকী থকা কামখিনিও শেষ হৱ।।

আজি বিয়লি চাৰি বজাত যোৰবাটত ভয়ংকৰ পথ দুৰ্ঘটনা। দুই ঘণ্টা ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হয় যান বাহন চলাচল
25/03/2023

আজি বিয়লি চাৰি বজাত যোৰবাটত ভয়ংকৰ পথ দুৰ্ঘটনা। দুই ঘণ্টা ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হয় যান বাহন চলাচল

সমূহ ইছলাম ধৰ্মাৱলম্বী সুহৃদ, শুভাকাংক্ষীলৈ পবিত্ৰ ৰমজান মাহৰ অন্তৰতম শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ ৰমজান মাহে সকলোৰে জীৱনত প...
23/03/2023

সমূহ ইছলাম ধৰ্মাৱলম্বী সুহৃদ, শুভাকাংক্ষীলৈ পবিত্ৰ ৰমজান মাহৰ অন্তৰতম শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ ৰমজান মাহে সকলোৰে জীৱনত প্ৰীতি আৰু ঐক্যৰ সামূহিক চিন্তা এটাক লালন কৰক, তাৰেই কামনা কৰিছোঁ ৷ সংযম, সহিষ্ণুতা আৰু ত্যাগৰ বাটেৰে ৰমজানে গঢ়ি তোলক মিলনৰ সেতু ৷


বাতিল কৰা হল  সাধাৰণ বিজ্ঞানৰ মেট্ৰিক পৰীক্ষা.. সোমবাৰে অনুষ্ঠিত হব লগা আছিল উক্ত পৰীক্ষা.. পৰীক্ষাৰ আগতে হাতে হাতে প্ৰশ...
12/03/2023

বাতিল কৰা হল সাধাৰণ বিজ্ঞানৰ মেট্ৰিক পৰীক্ষা.. সোমবাৰে অনুষ্ঠিত হব লগা আছিল উক্ত পৰীক্ষা.. পৰীক্ষাৰ আগতে হাতে হাতে প্ৰশ্ন কাকত

আজিৰ পৰা উপলব্ধ whatsapp status ত voice মেচেজ
28/02/2023

আজিৰ পৰা উপলব্ধ whatsapp status ত voice মেচেজ

আৰক্ষীৰ জালত এইবাৰ ইউটিউবাৰ মোস্তাফিজুৰ ৰহমান ৷ অনুমতিবিহীনভাৱে শিশুৰ ভিডিঅ' প্ৰস্তুত কৰাৰ‍ অভিযোগ তেওঁৰ বিৰুদ্ধে। যোগীঘ...
28/02/2023

আৰক্ষীৰ জালত এইবাৰ ইউটিউবাৰ মোস্তাফিজুৰ ৰহমান ৷
অনুমতিবিহীনভাৱে শিশুৰ ভিডিঅ' প্ৰস্তুত কৰাৰ‍ অভিযোগ তেওঁৰ বিৰুদ্ধে।
যোগীঘোপা আৰক্ষীয়ে আটক কৰে ইউটিউবাৰগৰাকীক।

মানকাচৰৰ বাঘাপাৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। ১৬৫ বটল সুৰা সহ দুই ষ্টেছনাৰী দোকানীক আটক। জানিব পৰা মতে দোকানী দুজনৰ নাম...
10/02/2023

মানকাচৰৰ বাঘাপাৰাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান। ১৬৫ বটল সুৰা সহ দুই ষ্টেছনাৰী দোকানীক আটক। জানিব পৰা মতে দোকানী দুজনৰ নাম নিপুণ বৰ্মন আৰু পলোৱাণ দাস।

10/02/2023

বাইহাটা চাৰিআলিৰ গুৱাহাটী পথত ঋতুৰাজ নামৰ উদ্যমি যুৱকৰ প্ৰচেষ্টাত এটি সুন্দৰ ব্যৱস্থাপনাৰে পদুমি পেলেচ নামৰ বিবাহ ভৱনৰ শুভাৰম্ভণী কৰা হয়। আজি এই ভৱনটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। উদ্বোধনী অনুষ্ঠানত বিধায়ক গৰাকীয়ে বাইহাটা চাৰিআলিৰ লোক সকলৰ সময় উপযোগীকৈ আৰম্ভণি কৰা এই বিৱাহ ভৱনটোৱে যথেষ্ট সহায়ক বুলিও আশা প্ৰকাশ কৰে আৰ ঋতুৰাজ নামৰ যুৱক গৰাকীৰ এনে প্ৰচেষ্টাক আদৰণীয় পদক্ষেপ বুলিও মত ব্যক্ত কৰে।

Address

Guwahati

Telephone

+919706668438

Website

Alerts

Be the first to know and let us send you an email when News 24 Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News 24 Assam:

Share