TRUTH BARTA

TRUTH BARTA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TRUTH BARTA, Digital creator, Tezpur.
(1)

Truth Barta — অসমৰ সত্যৰ কণ্ঠস্বৰ। তথ্যভিত্তিক, নিৰপেক্ষ আৰু সাহসী সাংবাদিকতাৰে সত্য প্ৰকাশ, জনসাধাৰণৰ স্বাৰ্থ, ন্যায় আৰু স্বচ্ছতাৰ প্ৰতিশ্ৰুতিত গাঁওৰ পৰা চৰকাৰলৈ— সকলো কথা জনাবলৈ আমি সদা সজাগ। কাৰণ সত্য কোনো মতামত নহয়, ই এক দায়িত্ব। জয় আই অসম। 🇮🇳

21/08/2026

ডক্টৰ খালিদা যিয়াৰ চিকিৎসাত ভাল হৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা শ শ ৰুগী।

20/08/2026

👉🏻ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া পৱিত্ৰ ডেকা।
👉🏻 এইটো ক্ষেত্ৰত মই পৱিত্ৰ ডেকাক জঘন্য বুলি গৰিহণা দিছোঁ। এনেদৰে মন্তব্য কৰিলে এগৰাকী দলৰ বুথ সভাপতিয়ে।
👉🏻আশা কৰ্মীৰ বাচনিক কেন্দ্ৰ কৰি পশ্চিম নলবাৰীৰ জৰীয়াপাৰা উপ স্বাস্থ্য কেন্দ্ৰত উত্তাল পৰিৱেশ।

20/08/2026

👉🏻মন্ত্ৰীৰ বাধা আছে।
👉🏻বন বিভাগে ট্ৰেক্টৰ ধৰিব নোৱাৰে।
👉🏻অসহায়তাত ৰেঞ্জাৰ। নলবাৰীত উপায়হীন ভুক্তভোগী।

19/08/2026

👉🏻ভুৱা পিষ্টল সহ ১০ টা কণ্টেইনাৰ যুক্ত ২১ গ্ৰাম হেৰইন জব্দ।

17/08/2026

👉🏻নলবাৰীত ভাৰতীয় জীৱন বীমাৰ প্ৰীমিয়াম পইন্ট মুকলি।

17/08/2026

👉🏻পুনৰ বিতৰ্কত ড° বি আৰ আম্বেদকাৰ মেমোৰিয়েল হস্পিটাল আৰু ৰিচাৰ্ছ চেন্টাৰ।
👉🏻সাংবাদিক মেৰাজুল কাজিৰ সৈতে ফোন যোগে হোৱা বাৰ্তালাপত হাস্পটাল খনৰ বিষয়ে বহু অভিযোগ উত্থাপন কৰিলে নবীন কলিতাই।

16/08/2026

👉🏻আঞ্চলিক হাফিজীয়া মাদ্ৰাছাত উলহ মালহেৰে উদযাপন কৰিলে ৮০ তম্ স্বাধীনতা দিৱস।

16/08/2026

👉🏻আমাৰ দেশ ভাৰতবৰ্ষ ।
👉🏻আজি দেশৰ স্বাধীনতা দিৱস ।
👉🏻 মাননীয় মন্ত্ৰী বিমল বৰা, মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

16/08/2026

👉🏻বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলাত বন বিভাগৰ বিষয়াই নিশা হ'লে গভীৰ নিচাত থাকে।এই অভিযোগ স্থানীয় লোকৰ।
👉🏻ৰাইজৰ ভাষ্যত প্ৰকাশ পাইছে কাঠ সৰবৰাহৰ ভয়ানক তথ্য।
👉🏻বন বিভাগ নলবাৰীক মেনেজ কৰি চলাই আহিছে এই বেহা।
👉🏻নলবাৰীৰ সুৰাদীত অবৈধ কাঠ কঢ়িওৱা বাহন জব্দ।

15/08/2026

👉🏻শিক্ষাবিদ চিৰাজুল হুছেইন আৰু নাই।
👉🏻শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিক্ষক তথা আমনি নলনাৰ ধৰ্ম প্ৰাণ ব্যক্তি চিৰাজুল হুছেইনে শনিবাৰে বিয়লি দুই বাজি ৩০ মিনিটত ইহলিলা সম্বৰন কৰে।

Address

Tezpur
784001

Alerts

Be the first to know and let us send you an email when TRUTH BARTA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TRUTH BARTA:

Shortcuts

Share