ACN 365

ACN 365 Assam's Fastest News Portal Page যিকোনো খবৰ সম্প্ৰচাৰ কৰিব বাবে mail কৰক।

29/07/2026

গোৱালপাৰা জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত।

25/06/2026

ধুমেৰঘাট আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান চলাই ১০টা কন্টেইনৰসহ এজনক আটক।

01/06/2026

ধুমেৰঘাটত নাবালকক বৰ্বৰ নিৰ্যাতন, আৰক্ষী চকীত গোচৰ ৰুজু।

22/05/2026

এনেদৰেই সলনি হয় সমাজ । এনেদৰেই বৃদ্ধি হয় একতা, সম্প্ৰীতি আৰু মিলাপ্ৰীতি । বছৰ বছৰ ধৰি পালন কৰি অহা এক পৰম্পৰা যেতিয়া কোনো জাতি ধৰ্মৰ লোকে সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে , তাতেই অনুমান কৰিব পাৰি অসমৰ প্ৰতি,সমাজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আৰু প্ৰেমৰ পৰিমাণ । অহা ২৮ তাৰিখ বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে অনুষ্ঠিত হ'ব মুছলমানসকলৰ ঈদ উল আজহা। সমগ্ৰ দেশত ঈদৰ কুৰবানীক কেন্দ্ৰ কৰি চলি থকা চৰ্চাৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীপুৰ নতুন বাজাৰ মুছলিম সমাজে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।

22/05/2026

06/05/2026

ধুমেৰঘাট আৰক্ষীৰ বৃহৎ সফলতা: ড্ৰাগছ ব্যৱসায়ী নজমূল হক কৰায়ত্ত।

04/05/2026
01/05/2026

গোৱালপাৰা(Assam) লক্ষীপুৰ থানাৰ অন্তৰ্গত খলিচাভিটা গাঁৱৰ আব্দুল বাতেন ল'ৰা ৰাহুল ইছলাম নিৰুদ্দেশ।
যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় 9101557796 যোগাযোগ কৰিবলৈ কাতৰ আহ্বান পৰিয়ালৰ লোকৰ।

01/05/2026

গোৱালপাৰা জিলাৰ লক্ষীপুৰত মুকলি কৰা হৈছে তেনে এক উৎকৃষ্ট মানদণ্ডৰ চিকিৎসা প্ৰতিষ্ঠান মেটার্নিটি পলিক্লিনিক এন্ড ডায়গনষ্টিক চেন্টাৰ।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when ACN 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share