MB News ne

MB News ne পক্ষ নহয় নিৰপেক্ষ আমি

25/08/2026
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নৱ নিৰ্বাচিত একমাত্ৰ মহিলা সম্পাদিকা আৰ্জিনা বেগম।আৰ্জিনা বেগমক আপুনিও জনাওক শুভেচ্ছা।
25/08/2026

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নৱ নিৰ্বাচিত একমাত্ৰ মহিলা সম্পাদিকা আৰ্জিনা বেগম।

আৰ্জিনা বেগমক আপুনিও জনাওক শুভেচ্ছা।

ৰাতি ১২ বজাৰ পিছত ছোৱালীসকলে অকলে ৰাস্তাত ওলাই ফুৰিব পাৰিব নেকি?মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ ড্ৰোন আৰু নজৰদা...
25/08/2026

ৰাতি ১২ বজাৰ পিছত ছোৱালীসকলে অকলে ৰাস্তাত ওলাই ফুৰিব পাৰিব নেকি?

মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰক্ষীৰ ড্ৰোন আৰু নজৰদাৰী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে। এই ধৰণৰ ব্যৱস্থাই ৰাতিৰ সময়ত নিৰাপত্তা বৃদ্ধি কৰাত সহায় কৰিব পাৰে।

আপোনাৰ মতে, এনে ব্যৱস্থা কিমান ফলপ্ৰসূ হ’ব?
মহিলা সুৰক্ষাৰ বাবে আৰু কি কি পদক্ষেপ লোৱা উচিত বুলি আপুনি ভাবে?

আপোনাৰ মতামত কমেণ্টত জনাওক।

গুৱাহাটী প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সভাতসাধাৰণ সম্পাদক হিছাপে নিৰ...
24/08/2026

গুৱাহাটী প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সভাত
সাধাৰণ সম্পাদক হিছাপে নিৰ্বাচিত হ’ল সংগ্ৰামী নেতা মোছাব্বিৰ আলী আহমেদ৷

24/08/2026

অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীলৈ সন্মান।
24/08/2026

অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীলৈ সন্মান।

23/08/2026

দক্ষিণ কামৰূপৰ সোণতলীত আজিৰে পৰা শুভাৰম্ভ হ'ল হোমিওপেথিক ডাক্তৰৰ ক্লিনিক।

সপোন পূৰণ হ’ল পিতৃ-মাতৃৰ! চমৰা আৰু চফুৰাৰ অনুপ্ৰেৰণাদায়ক কোৰআন হিফ্‌জ যাত্ৰাৰ সফল পৰিসমাপ্তি।
23/08/2026

সপোন পূৰণ হ’ল পিতৃ-মাতৃৰ!
চমৰা আৰু চফুৰাৰ অনুপ্ৰেৰণাদায়ক কোৰআন হিফ্‌জ যাত্ৰাৰ সফল পৰিসমাপ্তি।

বানাক্ৰান্তক সহায় কৰিবলৈ অহা গ্ৰেট খালিয়ে নিশা কটোৱা কোঠাৰ নাম 'ড্য গ্ৰেট খালি' নামাকৰণ কৰিলে হোটেল কৰ্তৃপক্ষই।
23/08/2026

বানাক্ৰান্তক সহায় কৰিবলৈ অহা গ্ৰেট খালিয়ে নিশা কটোৱা কোঠাৰ নাম 'ড্য গ্ৰেট খালি' নামাকৰণ কৰিলে হোটেল কৰ্তৃপক্ষই।

Address

Chamaria, Kamrup
Guwahati

Alerts

Be the first to know and let us send you an email when MB News ne posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share