News A E

News A E For Any News contact News AE

31/05/2026

গুৱাহাটীৰ পাণ্ডুত উচ্ছেদ

TATA IPL 2026 RCB য়ে GTক  5 উইকেটত পৰাস্ত কৰি IPL ট্ৰফী দখল
31/05/2026

TATA IPL 2026
RCB য়ে GTক 5 উইকেটত পৰাস্ত কৰি IPL ট্ৰফী দখল

TATA IPL 2026RCB 5 উইকেটত জয়লাভ
31/05/2026

TATA IPL 2026
RCB 5 উইকেটত জয়লাভ

31/05/2026

👉মহিলাসকলক দিয়া প্ৰতিশ্ৰুতি অচিৰেই পালন কৰক মুখ্যমন্ত্ৰী।
👉মহিলাসকলক দিয়া দাইল, নিমখ, চেনি আৰু মিঠাতেলৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়া প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ।

👉NKTVৰ মঙ্গলদৈৰ সাংবাদিক লক্ষ্মী নন্দন কলিতালৈ সংবাদ প্ৰহৰী বঁটা👉আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ মঙ্গলদৈত অনুষ্ঠ...
31/05/2026

👉NKTVৰ মঙ্গলদৈৰ সাংবাদিক লক্ষ্মী নন্দন কলিতালৈ সংবাদ প্ৰহৰী বঁটা
👉আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ মঙ্গলদৈত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভাত সংবাদ প্ৰহৰী সন্মান প্রদান সাংবাদিকগৰাকীক

💐 এই সাফল্যৰ বাবে জনালোঁ আন্তৰিক অভিনন্দন আৰু শুভকামনা।

🏅📸📰

👉মঙলদৈৰ ৬ গৰাকী সাংবাদিকলৈ আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ সন্মানীয় "সংবাদ প্ৰহৰী বটাঁ" প্ৰদান।সাংবাদিকতাৰ ক্ষেত...
31/05/2026

👉মঙলদৈৰ ৬ গৰাকী সাংবাদিকলৈ আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ সন্মানীয় "সংবাদ প্ৰহৰী বটাঁ" প্ৰদান।
সাংবাদিকতাৰ ক্ষেত্ৰত নিষ্ঠা, সাহস আৰু জনস্বাৰ্থৰ প্ৰতি দায়বদ্ধতাৰ স্বীকৃতি স্বৰূপে এই সন্মান। অভিনন্দন আৰু শুভেচ্ছা জনালোঁ সকলো বটাঁপ্ৰাপকলৈ। 🏆📰

মঙলদৈত অনুষ্ঠিত আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভাত সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা উল্ল...
31/05/2026

মঙলদৈত অনুষ্ঠিত আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সভাত সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ‘সংবাদ প্ৰহৰী সন্মান’ প্ৰদান কৰা হয় প্রগ নিউজৰ সাংবাদিক দুলাল ডেকাক।
💐 এই সাফল্যৰ বাবে জনালোঁ আন্তৰিক অভিনন্দন আৰু শুভকামনা।

🏅📸📰

31/05/2026

📌TMC সাংসদ কল্যাণ বেনাৰ্জী কেনেকৈ আ/ক্ৰ/ম/ণ/ৰ বলি হ’ল?
কি ঘটিছিল ঘটনাস্থলীত?
👉দুৰ্বৃত্তই কেনেদৰে চলালে আ/ক্ৰ/ম/ণ?
সম্পূৰ্ণ ঘটনা বৰ্ণনা কৰিলে খোদ TMC সাংসদ কল্যাণ বেনাৰ্জীয়ে। 🔥

📌 জানিবলৈ চাওক সম্পূৰ্ণ ভিডিঅ’।

31/05/2026

🚨 ২৪ ঘণ্টাৰ ভিতৰত পুনৰ TMC সাংসদৰ ওপৰত আ/ক্ৰ/ম/ণ!
👉অভিষেক বেনাৰ্জীৰ পিছতেই পশ্চিমবংগত পুনৰ উত্তপ্ত।
👉হুগলীত প্ৰতিবাদ কাৰ্যসূচীৰ মাজতে TMC সাংসদ কল্যান বেনাৰ্জীৰ ওপৰত আ*ক্ৰ*ম*ণ*ৰ ঘটনা।

🚨🗞️

"IPL 2026 ৰ মহাযুদ্ধ আহমদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টুডিয়ামতমুখামুখি হ'ব RCB vs GT আপোনাৰ প্ৰিয় দল কোনটো?কোনে দখল কৰিব এইবাৰ...
31/05/2026

"IPL 2026 ৰ মহাযুদ্ধ
আহমদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টুডিয়ামত
মুখামুখি হ'ব RCB vs GT
আপোনাৰ প্ৰিয় দল কোনটো?
কোনে দখল কৰিব এইবাৰৰ IPL ট্ৰফী ?

Address

Guwahati

Alerts

Be the first to know and let us send you an email when News A E posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share