25/04/2026
কি কম! কিমান মৰ্মান্তিক! ইমান সোনকালে গুচি গ'লা। চিনাকি নাছিল কোনোদিনে, তথাপি বাৰে বাৰে কান্দি উঠিছে বুকু। এই কমদিনীয়া জীৱনতেই তুমি সকলোৰে হৃদয় শোকাকুল কৰি গুচি গ'লা। তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰক। এই জন্মৰ আধৰুৱাখিনি অহা জন্মত পূৰণ কৰিবা, বহুত আশা আছিল তোমাৰ মা-দেউতাৰ.... 🙏