State Live

State Live �আমি সদায় খিলঞ্জীয়া ৰাইজৰ পক্ষত�

के तपाईंहरूलाई थाहा छ?भास्कर दाहाल गोर्खा उन्नयन परिषद्का अग्रणी सदस्य हुनुहुन्छ।उहाँले वर्षौँदेखि समाज, भाषा, संस्कृति ...
02/08/2026

के तपाईंहरूलाई थाहा छ?
भास्कर दाहाल गोर्खा उन्नयन परिषद्का अग्रणी सदस्य हुनुहुन्छ।
उहाँले वर्षौँदेखि समाज, भाषा, संस्कृति र गोर्खा समुदायको हक–हितका लागि निस्वार्थ रूपमा योगदान दिँदै आउनुभएको छ। पदको लोभभन्दा पनि जिम्मेवारीलाई प्राथमिकता दिने, सबैलाई साथमा लिएर अघि बढ्ने र समुदायको भविष्यका लागि निरन्तर काम गर्ने व्यक्तित्व हुनुहुन्छ।
आज परिषद्लाई यस्तो नेतृत्वको आवश्यकता छ, जसले सबैलाई एकतामा बाँध्न सकोस्, युवापुस्तालाई प्रेरित गर्न सकोस् र संस्थालाई अझ सशक्त र सम्मानित बनाउन सकोस्।
अनुभव, इमानदारी, समर्पण र सेवाको भावना — यी सबै गुणहरू भास्कर दाहालमा देखिन्छन्।
आउनुहोस्, हाम्रो संस्थाको उज्ज्वल भविष्यका लागि योग्य नेतृत्वलाई साथ दिऔँ।
"व्यक्तिभन्दा माथि संस्था, र संस्थाभन्दा माथि समाज।"
भास्कर दाहालज्यूलाई हार्दिक शुभकामना तथा सफल नेतृत्वको अग्रिम मंगलकामना।

Why we Believe Bhaskar Dahal Should Be the Next Chairman of the Gorkha Development Council (GDC), Assam Himanta Biswa Sa...
02/08/2026

Why we Believe Bhaskar Dahal Should Be the Next Chairman of the Gorkha Development Council (GDC), Assam Himanta Biswa Sarma

Every community needs a leader who understands its history, values, struggles, and aspirations. In my opinion, Bhaskar Dahal is one such leader who has consistently remained connected with the Gorkha community of Assam.

Over the years, many supporters credit him with working to strengthen unity among Gorkhas, encouraging youth participation, preserving Gorkha identity, and raising issues affecting the community. His public engagement and willingness to work with people from different backgrounds have earned him respect among many members of the community.

His political journey reflects years of public service and grassroots involvement. Supporters view his experience in community affairs as an asset that would help him effectively represent Gorkha interests. They believe his understanding of the challenges faced by Gorkhas in Assam, along with his commitment to dialogue and development, makes him well suited for a leadership role.

Many also appreciate what they see as his personal sacrifices of time and effort in working for the welfare of the community. Whether interacting with youth, participating in social initiatives, or contributing to community causes, his supporters believe he has consistently placed the interests of the Gorkha community first.

The next Chairman of the Gorkha Development Council should be someone with experience, accessibility, and a vision for inclusive development. Those who support Bhaskar Dahal believe he possesses these qualities and can help strengthen education, employment opportunities, cultural preservation, and the overall welfare of the Gorkha community in Assam.

A strong community deserves dedicated leadership. If the people believe in his vision and commitment, Bhaskar Dahal deserves serious consideration for the position of Chairman of the Gorkha Development Council, Assam.

তামুলপুৰৰ ঝাৰগাঁওত শোকাৱহ ঘটনা ভূঁই ৰুই থাকোতে বজ্ৰপাত পৰি নিহত এগৰাকী ৰোৱনীনিহত ৰোৱনী গৰাকী বৰলকুছীৰ মিনতি ব্ৰহ্ম (48) ...
03/07/2026

তামুলপুৰৰ ঝাৰগাঁওত শোকাৱহ ঘটনা
ভূঁই ৰুই থাকোতে বজ্ৰপাত পৰি নিহত এগৰাকী ৰোৱনী
নিহত ৰোৱনী গৰাকী বৰলকুছীৰ মিনতি ব্ৰহ্ম (48) কথমপি প্ৰাণ ৰক্ষা আন কেইবাগৰাকী ৰোৱনীৰ । আজি পুৱাৰ ৮ মান বজাত নিজৰ কৃষি ভূমিত ভূঁই ৰুই থাকোতে সংঘটিত হয় শোকাৱহ ঘটনাটো ৷

🔳महत्त्वपूर्ण सूचना🔳चिमेन नदीमा आएको विनाशकारी बाढीका कारण रेलमार्गको पुलको एक भाग क्षतिग्रस्त भएपछि मुर्कङसेलेक–गुवाहाट...
01/07/2026

🔳महत्त्वपूर्ण सूचना
🔳चिमेन नदीमा आएको विनाशकारी बाढीका कारण रेलमार्गको पुलको एक भाग क्षतिग्रस्त भएपछि मुर्कङसेलेक–गुवाहाटी रेल सेवा केही समयका लागि अवरुद्ध भएको थियो। हीजोदेखि १५६१४/१५६१३ लाचित एक्सप्रेस सिलापथार रेल स्टेशनबाट सञ्चालन हुने भएको छ।
उल्लेखनीय छ कि चिमेन नदीमाथिको क्षतिग्रस्त रेल पुलको मर्मत कार्य सम्पन्न नहुन्जेलसम्म यही व्यवस्था लागू रहनेछ।
पूर्वनिर्धारित समयअनुसार साँझ ८:१० बजे सिलापथार रेल स्टेशनबाट रेलको यात्रा सुरु हुनेछ।

24/03/2026

অসম বিধানসভাত গোৰ্খা জনগোষ্ঠীৰ বিশেষ জাতি ৰাই,লিম্বু,মগৰ,তামাঙ,দমাই,সাৰ্কী আদিক অনুসূচিত জনজাতি প্ৰদানৰ দাবী কৰাৰ বাবে বিজেপি দলৰ দলীয় টিকেটৰ পৰা বঞ্চিত হৈছে বৰ্চলা সমষ্টীৰ ২বাৰৰ বিধায়ক গণেশ কুমাৰ লিম্বু।
অসমত ৪০০বছৰ ধৰী বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ লোক সকলে অনুসূচিত জনজাতি বিচৰাটো ভুল নে! হিন্দুত্ববাদি, ফেচিবাদী বিজেপি চৰকাৰৰ ফোপোলা স্বৰূপ নহয় নে এইয়া।
জনাওঁক আপোনাৰ মতামত!
#অসম
State Live

বহু জল্পনা কল্পনাৰ অন্তত ৪৪নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী সাগৰ ছাপাগাঁই দেৱে স্পষ্ট কৰিছে ন...
23/03/2026

বহু জল্পনা কল্পনাৰ অন্তত ৪৪নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী সাগৰ ছাপাগাঁই দেৱে স্পষ্ট কৰিছে নিজৰ ৰাজনৈতিক স্থিতি।
কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ লগত আলাপ আলোচনাৰ পাছত গ্ৰহণ কৰিছে এই স্থিতি।
#অসম

মাৰ্ঘেৰিটা বাসী ৰাইজে কাক বিচাৰে নিজৰ পৰৱৰ্তী জনপ্ৰতিনিধি হিচাপে?ৰাহুল ছেত্ৰী নে ভাস্কৰ শৰ্মা।এজন শিক্ষিত যুৱ নেতা নে এজ...
23/03/2026

মাৰ্ঘেৰিটা বাসী ৰাইজে কাক বিচাৰে নিজৰ পৰৱৰ্তী জনপ্ৰতিনিধি হিচাপে?
ৰাহুল ছেত্ৰী নে ভাস্কৰ শৰ্মা।
এজন শিক্ষিত যুৱ নেতা নে এজন প্ৰভাৱশালী ৰাজনীতিবিদ।
জনাওক অপোনাৰ মতামত!
State Live #2026

বিজেপি দলত যোগদান কৰিও টিকেট লাভৰ পৰা বঞ্চিত হৈছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনি প্ৰাক্তন সভাপতি।ভাস্কৰ দাহাল, প্ৰেম ত...
22/03/2026

বিজেপি দলত যোগদান কৰিও টিকেট লাভৰ পৰা বঞ্চিত হৈছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনি প্ৰাক্তন সভাপতি।
ভাস্কৰ দাহাল, প্ৰেম তমাং আৰু অৰ্জুন ছেত্ৰী।
ইফালে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি হৈ কংগ্ৰেছ দলত যোগদান কৰা গোৰ্খা সকলৰ বলিষ্ঠ কণ্ঠ সুনীল ছেত্ৰীক।
কাৰ পক্ষত এইবাৰ অসমৰ গোৰ্খা ভোটাৰ?
কংগ্ৰেছ নে বিজেপি, জনাওক অপোনাৰ মতামত।
State Live

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান বিজেপি দলৰ নেতা অৰ্জুন ছেত্ৰীক "দুক্কি" নামেৰে নামকৰণ কৰিছে কংগ্...
21/03/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান বিজেপি দলৰ নেতা অৰ্জুন ছেত্ৰীক "দুক্কি" নামেৰে নামকৰণ কৰিছে কংগ্ৰেছ নেতা সাগৰ ছাপাগাঁইয়ে।
একেটা বিজেপি দলত ৭মাহৰ ভিতৰত ২বাৰ যোগদান কৰাৰ বাবে "দুক্কি" নামেৰে নামকৰণ কৰা বুলি জানিবলৈ দিয়ে।
State Live

Address

Guwahati
781005

Website

Alerts

Be the first to know and let us send you an email when State Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share