Swadeshi Barta-স্বদেশী বাৰ্তা

Swadeshi Barta-স্বদেশী বাৰ্তা Swadeshi Barta Is Media website Which Has Publish Various Type Of News

22/02/2023
21/02/2023

দীপৰ বিলৰ পাৰত পোৱালিকলৈ গৰ্জন মাইকী হাতীৰ ৷ পিছে কিয় ?
সমগ্ৰ বিষয়টো এনেধৰণৰ ...
মহানগৰীৰ দীপৰ বিলত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকৰ লগত অহা পোৱালি হাতীৰ অঘটন । দীপৰ বিলৰ পাৰৰ কামাখ্যা যোগীঘোপা সংযোগী ৰেলৰ পথৰ দাঁতিত ৰেল বিভাগে খন্দা ড্ৰেইনত পৰে হাতীৰ পোৱালি । বহু সময় চেষ্টা কৰি হাতীৰ পোৱালি জনীৰ মাতৃয়ে ড্ৰেইনৰ পৰা উদ্ধাৰ কৰে যদিও পোৱালি হাতীৰ পোৱালিটো কিছু পৰিমানে আঘাত প্ৰাপ্ত হয় বুলি জানিব দিয়ে স্থানীয় লোকে । দীপৰ বিলৰ দাঁতিত বাস কৰা স্থানীয় লোক তথা প্ৰকৃতি প্ৰেমীয়ে জানিব দিয়া মতে এই ৰেল পথৰ দাঁতিত ৰেল বিভাগে খান্দি থোৱা ড্ৰেইনত পৰি বহু হাতী আঘাত প্ৰাপ্ত হৈছে । ৰেল বিভাগে যদি এই সমুহ ড্ৰেইনৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পুনৰ দীপৰ বিলৰ স্থানীয় লোক আৰু প্ৰকৃতি প্ৰেমী সকলে ৰেল বিভাগৰ ওপৰত প্ৰতিবাদ সাৰ্বস্ত কৰিব বুলি হুংকাৰ দিয়ে ।

Address

Mirza
Guwahati
781125

Alerts

Be the first to know and let us send you an email when Swadeshi Barta-স্বদেশী বাৰ্তা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Swadeshi Barta-স্বদেশী বাৰ্তা:

Share