Samudratanaya's Lifestyle

Samudratanaya's Lifestyle Hi friends how are you
My name is Samudra Tanaya
Please Like follow my page and support me please

মাজনিশাৰ ফটো ।মামা তোমাক বহুত সৰুতেই লগ পাইছিলো ।অলপ ডাঙৰ হলে তোমাৰ লগত গীত গোৱাৰ কথা আছিল ।মই ডাঙৰ নহওতেই তোমাক ভগৱানে ...
19/09/2025

মাজনিশাৰ ফটো ।মামা তোমাক বহুত সৰুতেই লগ পাইছিলো ।অলপ ডাঙৰ হলে তোমাৰ লগত গীত গোৱাৰ কথা আছিল ।মই ডাঙৰ নহওতেই তোমাক ভগৱানে লৈ গুচি গল ।হেপাহবোৰ সপোনবোৰ থাকি গল ।সদায় মনত পৰিব ।

https://youtu.be/9no504-XUgo?si=vh3i1ZLhyw565yPHসকলোকে নমস্কাৰ জনাইছো।মোৰ ভিডিঅটো ইমান মৰমভৰা কমেন্টেৰে ওপচাই পেলাইছে বহ...
11/09/2025

https://youtu.be/9no504-XUgo?si=vh3i1ZLhyw565yPH

সকলোকে নমস্কাৰ জনাইছো।মোৰ ভিডিঅটো ইমান মৰমভৰা কমেন্টেৰে ওপচাই পেলাইছে বহুত ধন্যবাদ আপোনালোকলৈ ।সম্পুৰ্ন গীতটি ইতিমধ্যে আপোনালোকলৈ আগবঢ়াই দিছো আপোনালেক সকলোৱে শুনিবদেই ।আৰু কমেন্ট কৰিব বুলি আশা কৰিলো ।গীতটিৰ লিংকটো তলত দি দিছো আৰু লগতে মোৰ ফেচবুক পেজটো follow কৰি দিবদেই।বহুত বহুত মৰমেৰে …..সমুদ্ৰতনয়া🙏🙏❤️❤️ https://youtu.be/9no504-XUgo?si=vh3i1ZLhyw565yPH

শ্ৰদ্ধাঞ্জলিড° ভূপেন হাজৰিকা, অসম তথা ভাৰতীয় সঙ্গীত জগতৰ এক অনন্য দিশাৰী। তেওঁৰ কণ্ঠত জগতজুৰি জীৱনৰ গান গুঞ্জৰ.....

Miss you Fusu
10/09/2025

Miss you Fusu

08/09/2025
https://youtu.be/9no504-XUgo?si=4E0QujDLaVrWHTZNভূপেন ককাৰ ওপজা দিনটোত ককালৈ সেৱা জনাই মোৰ প্ৰথম প্ৰয়াস মানুহে মানুহৰ বা...
07/09/2025

https://youtu.be/9no504-XUgo?si=4E0QujDLaVrWHTZN
ভূপেন ককাৰ ওপজা দিনটোত ককালৈ সেৱা জনাই মোৰ প্ৰথম প্ৰয়াস মানুহে মানুহৰ বাবে গীতটি গাবলৈ চেষ্ঠা কৰিছো ।গীতটি সকলোৱে শুনিব আৰু চেয়াৰ কৰিব বুলি আশা কৰিলো।

শ্ৰদ্ধাঞ্জলিড° ভূপেন হাজৰিকা, অসম তথা ভাৰতীয় সঙ্গীত জগতৰ এক অনন্য দিশাৰী। তেওঁৰ কণ্ঠত জগতজুৰি জীৱনৰ গান গুঞ্জৰ.....

Address

Games Village
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Samudratanaya's Lifestyle posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share