NB News

NB News From breaking news to in-depth stories, we have got you covered! Follow us and never miss a beat.

09/06/2025

৫ জনতকৈও অধিক অপৰাধীৰ সৈতে মিলি স্বামী ৰাজাৰ জীৱন শেষ কৰিছিল সোনম ৰঘুবংশীয়ে। বৰ্তমানলৈ আকাশ ৰাজপুত, বিশাল সিং চৌহান, ৰাজসিং কুছৱাহা, আনন্দক গ্ৰেপ্তাৰ মেঘালয় আৰক্ষীৰ। কেনেকৈ সোনমে ৫ অপৰাধীৰে মিলি সংঘটিত কৰিছিল এই ভয়ংকৰ কাণ্ড। মেঘালয় গৃহ বিভাগ তথা আৰক্ষীয়ে সকলো জনালে সংবাদমেলৰ জৰিয়তে।

09/06/2025

09/06/2025

ধুবুৰীত নিষিদ্ধ মাংসক লৈ উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ কন্দুৱা গেছ, শূণ্যলৈ গুলীচালনা। স্বতঃস্ফূৰ্ত ভাৱে বন্ধ হৈ পৰিছে সমগ্ৰ ধুবুৰী।

09/06/2025

09/06/2025

📌 মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাহনলৈ লক্ষ্য কৰি দঁতাল হাতীৰ চোঁচা
📌 মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত সংঘটিত এই ঘটনা
📌 শিহৰণকাৰী ঘটনাৰ দৃশ্য বন্দী পৰ্যটকৰ কেমেৰাত

09/06/2025

বান কমিলেও কমা নাই বানাক্ৰান্তৰ দুদৰ্শা। পলাশবাৰী, বামুণীজানৰ শিক্ষাৰ্থীসকলৰ দুৰ্ভোগ। একাঁঠু পৰ্যন্ত পলসত পোত খাই আছে বিদ্যালয়

09/06/2025

📌 বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী-অখিল গগৈৰ বাকযুদ্ধ
📌 জনজাতীয় লোকৰ ভূমি পট্টাক লৈ বাকযুদ্ধ
📌 উচ্ছেদক লৈ চৰকাৰক উভতি ধৰিলে অখিল গগৈয়ে

09/06/2025

📌 'DCসকলে যাক যাক অবৈধ বুলি ভাৱে তেওঁলোকেই অবৈধ বাংলাদেশী'
📌 'NRCত নাম থাকক বা নাথাকক বাংলাদেশী বিতাড়ণ হ'বই'
📌 বাংলাদেশী বিতাড়ণক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

09/06/2025

ক’ত ৰোপণ কৰা হ’ব দীঘলীপুখুৰীৰ গছ? দীঘলীপুখুৰীপাৰৰ পৰা উভলা গছেৰে ভৰিছে আছাম টেক্সটাইল চৌহদ

Address

Guwahati
781006

Alerts

Be the first to know and let us send you an email when NB News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NB News:

Share