Times Now Assam 24×7

Times Now Assam 24×7 আমি ৰাইজৰ পক্ষত । ৰাইজৰ লগত ।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ আনুষ্ঠানিক ফলাফল-
14/05/2025

নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ আনুষ্ঠানিক ফলাফল-

📌ভূৰাগাঁও জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী মোবাশ্বৰ আহমেদ বৃহৎ অগ্ৰগতি
11/05/2025

📌ভূৰাগাঁও জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী মোবাশ্বৰ আহমেদ বৃহৎ অগ্ৰগতি

📌 ভূৰাগাওঁৰ কংগ্ৰেছ দল বা অন্যান্য দলৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে আপুনি কোন জন ব্যক্তিক বিচাৰে  আশা কৰোঁ আপোন...
05/04/2025

📌 ভূৰাগাওঁৰ কংগ্ৰেছ দল বা অন্যান্য দলৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে আপুনি কোন জন ব্যক্তিক বিচাৰে আশা কৰোঁ আপোনাৰ গুৰত্বপূৰ্ণ মন্তব্যটো আগবঢ়াব।।

আজি আপোনাৰ অঞ্চলত তাপমাত্ৰা কিমান?
25/05/2024

আজি আপোনাৰ অঞ্চলত তাপমাত্ৰা কিমান?

HSLC Result will be declared on Today 10AM. Its now officially announced by SEBA
20/04/2024

HSLC Result will be declared on Today 10AM. Its now officially announced by SEBA

05/01/2024

Live from bhuragaon haricharan sarkar school

05/01/2024

সাংস্কৃতিক অনুষ্ঠান ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

অহা মাহৰ ১৮ তাৰিখে আহি আছে আপোনাৰ ভাগ্য সলনি কৰি দিব পৰা এখন খেল৷ মাত্ৰ ১০০ টকাত আপুনি হৈ যাব পাৰে এখন বিলাসী বাহনৰ গৰাক...
24/12/2023

অহা মাহৰ ১৮ তাৰিখে আহি আছে আপোনাৰ ভাগ্য সলনি কৰি দিব পৰা এখন খেল৷ মাত্ৰ ১০০ টকাত আপুনি হৈ যাব পাৰে এখন বিলাসী বাহনৰ গৰাকী৷ গতিকে দেৰি নকৰি আজিয়েই যোগাযোগ কৰক 9395363578 নম্বৰত আৰু লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন৷

ৰাতিৰ ভিতৰতে লাখপতি.. হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলত প্ৰথম পুৰস্কাৰ লাভ কৰি ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰোভাৰৰ গৰাকী হ...
11/12/2023

ৰাতিৰ ভিতৰতে লাখপতি..
হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলত প্ৰথম পুৰস্কাৰ লাভ কৰি ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰোভাৰৰ গৰাকী হ'ল ইনজামামুল হক।

11/12/2023

হঠাৎ ভূৰাগাঁও মহাবিদ্যালয় খেল পথাৰত পেৰাচুট আৰোহণ কাৰীৰ অৱতৰণ

10/12/2023

আকাশত কি উৰা দেখিবলৈ পালো।

পানী গুলপীয়া কৰি ধৰা পৰিল হাফলঙৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যকৰী অভিযন্তা মনোজ কুমাৰ শইকীয়া । বিল মুকলি কৰি দিয়াৰ নামত লৈছিল...
17/08/2023

পানী গুলপীয়া কৰি ধৰা পৰিল হাফলঙৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যকৰী অভিযন্তা মনোজ কুমাৰ শইকীয়া । বিল মুকলি কৰি দিয়াৰ নামত লৈছিল উৎকোচ ।

Address

Guwahati
781015

Website

Alerts

Be the first to know and let us send you an email when Times Now Assam 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Times Now Assam 24×7:

Share