20/08/2026
নগাঁও জিলাৰ জুৰীয়াৰ বগুৰিগুৰীৰ এক মানসিক বিকাৰগ্ৰস্ত বৃদ্ধ আজি চাৰিদিন নিখোঁজ,
পৰিয়ালৰ মাজত চাঞ্চল্য।
জুৰীয়াৰ বগুৰিগুৰী গাঁৱৰ চান মামুদ নামৰ ৭৫ বছৰীয়া এই বৃদ্ধ যোৱা ১৫ আগষ্ট পৰাই নিৰুদ্দেশ হয়।
যদি কোনোৱাই পাই তেনেহলে এইটো
নম্বৰত যোগাযোগ কৰিব 6002998590-9864247428,