Oi Kolija

Oi Kolija শব্দৰ মাজেৰে জীৱনক বুজাৰ এক প্ৰয়াস।
হাঁহি, খবৰ আৰু কিছু আৱেগ— সকলো একেলগে! Contact : 𝗢𝗶𝗸𝗼𝗹𝗶𝗷𝗮𝗰𝗼𝗻𝘁𝗮𝗰𝘁@𝗴𝗺𝗮𝗶𝗹.𝗰𝗼𝗺✅

Welcome to Oi Kolija! 😎🔥

Started in 2016, Oi Kolija has grown into one of the most loved meme and entertainment pages — now with a family of 30K+ followers! ❤️

We share funny memes, trending updates, viral videos, and relatable status posts — everything that keeps you entertained and up to date. Whether it’s laughter, news, or just good vibes, you’ll find it all right here.

👉 Follow us for dail

y fun, fresh trends, and full-time entertainment! Stay connected — because at Oi Kolija, fun never stops! 😄

05/06/2026
যিমান সোনকালে টোপনি আহে, সিমান সোনকালে যদি পইচা আহিলহেঁতেন!😂
05/06/2026

যিমান সোনকালে টোপনি আহে, সিমান সোনকালে যদি পইচা আহিলহেঁতেন!😂

05/06/2026

আজি 👀একেটাই গছপুলিতে কেইটাই যে ফটো মাৰিছে ঠিক নাই!

হেৰুৱাই পেলোৱাৰ পিছতহে মানুহে আনজনৰ প্ৰকৃত মূল্য বুজি পায়।
05/06/2026

হেৰুৱাই পেলোৱাৰ পিছতহে মানুহে আনজনৰ প্ৰকৃত মূল্য বুজি পায়।

মানুহে কেৱল সফলতাখিনিহে দেখে, কিন্তু তাৰ আঁৰৰ উজাগৰী ৰাতি আৰু অহৰহ পৰিশ্ৰমখিনি কোনেও নেদেখে।
05/06/2026

মানুহে কেৱল সফলতাখিনিহে দেখে, কিন্তু তাৰ আঁৰৰ উজাগৰী ৰাতি আৰু অহৰহ পৰিশ্ৰমখিনি কোনেও নেদেখে।

নিউজ এটা পালোঁ 💔😔তিনিজন সন্তান, তথাপিও আশ্ৰয়হীন মাতৃ!তিনিগৰাকী সন্তান থকাৰ পাছতো বৃদ্ধা মাতৃগৰাকী আজিৰ দিনত অন্ন, বস্ত্ৰ...
05/06/2026

নিউজ এটা পালোঁ 💔😔
তিনিজন সন্তান, তথাপিও আশ্ৰয়হীন মাতৃ!
তিনিগৰাকী সন্তান থকাৰ পাছতো বৃদ্ধা মাতৃগৰাকী আজিৰ দিনত অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত ভুগিছে।
নিজৰ মাতৃক কোনে ৰাখিব সেই বিষয়ত সন্তানসকলৰ মাজত সৃষ্টি হোৱা বিবাদৰ অন্তত আৰক্ষীয়ে লটাৰীৰ জৰিয়তে সিদ্ধান্ত ল'ব লগা হয়।
💔 এই ঘটনাই পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে—
সন্তান ডাঙৰ-দীঘল কৰিবলৈ জীৱন উৎসৰ্গা কৰা মাতৃ-পিতৃয়ে বৃদ্ধ বয়সত এনেধৰণৰ অৱহেলা কিয় সহিব লাগে?
👉 আপোনাৰ মতামত কি? কমেণ্টত জনাওক।
#অসম #নিউজ

⭐
04/06/2026

বিশ্বাস এবাৰেই ভঙা যায়, দ্বিতীয়বাৰ মাথো সন্দেহৰ জন্ম হয়।
04/06/2026

বিশ্বাস এবাৰেই ভঙা যায়, দ্বিতীয়বাৰ মাথো সন্দেহৰ জন্ম হয়।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Oi Kolija posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Oi Kolija:

Share