Sangbad Prahari অসমীয়া

Sangbad Prahari অসমীয়া No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)

21/07/2025

উচ্ছেদৰ বিৰোধিতা কৰাসকললৈ চূড়ান্ত সকিয়নী হিমন্তৰ
সন্দেহযুক্ত বাংলাদেশীৰ পৰা বেদখলমুক্ত কৰাটোৱে আমাৰ লক্ষ্য
কাৰো ৰঙা চকুলৈ আমি ভয় নকৰো, কাৰো ওচৰত আমি শিৰনত নকৰো
গৰুখুটিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ

21/07/2025

অসমৰ মিঞা মুছলমানৰ ন্যায়কলৈ গৰজি উঠিল আছাদুদ্দিন ওৱেইছি। ‘মিঞা মুছলমানক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই’। ‘মুছলমানৰ লগত অন্যায় কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে’।

21/07/2025

উচ্ছেদৰ বিৰুদ্ধে দিল্লী কঁপালে মুছলমানে।দিল্লীৰ যন্তৰ–মন্তৰত প্ৰতিবাদ অসমৰ সংখ্যালঘু সংগঠনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সস্তীয়া কথা–বতৰাৰ পৰা আঁতৰি থকাৰ আহ্বান সংখ্যালঘু সংগঠনৰ।

21/07/2025

কংগ্ৰেছে মিত্ৰতাৰ আলোচনাক লৈ পিঠি নিদিলেও আমি মিত্ৰতাৰ আশা নেৰো
এতিয়ালৈকে কেৱল কংগ্ৰেছ দলেই মিত্ৰতাৰ পক্ষ গ্ৰহণ কৰা নাই''অখিল গগৈ

19/07/2025

হিমন্তৰ মিছা কথা, মুখ্যমন্ত্ৰীৰ পাভলুটি স্বভাৱসুলভ

18/07/2025

একো নোচোৱাকৈ কেৱল মুছলমান মানুহৰ ঘৰ ভাঙি দিয়াটো অন্যায়- অখিল গগৈ

18/07/2025

জেল যোৱাৰ কথা শুনিয়েই মুখ্যমন্ত্ৰীয়ে ভয়তেই দিনত কয় এটা, ৰাতি কয় এটা- সাংসদ গৌৰৱ গগৈ

18/07/2025

উচ্ছেদিত পৰিয়ালৰ মুৰব্বীৰ আত্ম**হত্যা
নিৰুপায় মানুহে বাধ্য হৈ বাছি ললে চৰম পন্থা

18/07/2025

গোৱালপাৰা জিলাৰ আসুডুবিত আজি পুলিচে গুলীয়াই হত্যা কৰা ছাকোৱাৰ আলীৰ জানাজাত অংশগ্ৰহণ কৰোঁ আৰু নিজ হাতেৰে এই অমৰ মৃতকক কবৰস্ত কৰোঁ। আজি আমাৰ এ আই ইউ ডি এফ দলৰ তৰফৰ পৰা বিধায়ক ড° ৰফিকুল ইছলাম চাহাবৰ নেতৃত্বত গোৱালপাৰালৈ যোৱা দলটোত বিধায়ক নিজানুৰ ৰহমান, বিধায়ক ছামছুল হুদাৰ সহিতে আমিও দলীয় সতীৰ্থসকলক লগত লৈ উপস্থিত থাকো।

18/07/2025

মুখ্য মন্ত্ৰীৰ নিকৃষ্ট ৰাজনীতি
ATTENTION সংখ্যালঘু মুছলমান!

17/07/2025

ভৰিৰে ছবি আঁকি বিশ্ব জিনিলে অসম সন্তান বিশ্বজিৎ সোণোৱালে
সম্পাদক বুলবুল জামানুৰৰ সৈতে এক সাক্ষাৎকাৰত মনৰ কথা প্ৰকাশ কৰিলে চিত্ৰশিল্পী বিশ্বজিৎ সোণোৱালে

17/07/2025

আমছুৰ গৰ্জনত কপাই তুলিল দিল্লী

Address

Dispur

Telephone

+917578801008

Website

Alerts

Be the first to know and let us send you an email when Sangbad Prahari অসমীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sangbad Prahari অসমীয়া:

Share