Pratham Barta Live

Pratham Barta Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pratham Barta Live, News & Media Website, Guwahati.

ডিমাছা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল হাফিলাৰ দেহাৱসান
11/01/2023

ডিমাছা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল হাফিলাৰ দেহাৱসান

কইনা ৰূপা হাজৰিকা আৰু দৰাৰ সাজত দীপাংক নাথ৷
15/12/2022

কইনা ৰূপা হাজৰিকা আৰু দৰাৰ সাজত দীপাংক নাথ৷

অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা।  শেহতীয়াকৈ অসম উচ্চতৰ ম...
14/12/2022

অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। শেহতীয়াকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিছে পৰীক্ষাৰ সূচী।

  ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ ঘোষণা৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ'ব পৰীক্ষা নতুন শিক্ষা নীতিৰ আধাৰত হ'ব এই বৰ্...
08/12/2022


২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ তাৰিখ ঘোষণা
৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ'ব পৰীক্ষা নতুন শিক্ষা নীতিৰ আধাৰত হ'ব এই বৰ্ষৰ পৰীক্ষা

কাতি বিহুৰ দিনা সোণগুটি ধাননিত আকাশ বন্তি জ্বলোৱা মুহূৰ্তত এগৰাকী ন বোৱাৰী কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ এখন গাঁওতআলোক চিত...
18/10/2022

কাতি বিহুৰ দিনা সোণগুটি ধাননিত আকাশ বন্তি জ্বলোৱা মুহূৰ্তত এগৰাকী ন বোৱাৰী কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ এখন গাঁওত
আলোক চিত্ৰ : জান বৰা

Address

Guwahati
781005

Telephone

+3676299987

Website

Alerts

Be the first to know and let us send you an email when Pratham Barta Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratham Barta Live:

Share