anzel_hiya_official_

anzel_hiya_official_ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from anzel_hiya_official_, Digital creator, Guwahati.

সকলোকে স্বাগতম জনাইছো মোৰ সৰু পৃথিৱীখনলৈ🥹🙏❤️ সকলোৱে মৰমত page টো আগবঢ়াই নিব বুলি আশা কৰিলোঁ 🥺❤️🙏
লগতে মোক Youtube আৰু Instagram ত ও support কৰিব বুলি আশা কৰিলোঁ 🥺❤️🙏

মাথো মোৰ মৰম ভালপোৱাবোৰৰ যোগ্য এজনৰ অপেক্ষাত 🥹❤️🧿
25/10/2025

মাথো মোৰ মৰম ভালপোৱাবোৰৰ যোগ্য এজনৰ অপেক্ষাত 🥹❤️🧿















I fall in love When I hear this humming of Zubeen Garg😭❤️🧿
20/10/2025

I fall in love When I hear this humming of Zubeen Garg😭❤️🧿


















মৰম হৈ তোমাৰ বুকুলৈ❤️🤌✨
17/10/2025

মৰম হৈ তোমাৰ বুকুলৈ❤️🤌✨


















তোমাৰ হিয়াজনি🫣🖤🤌                   #ᴠɪʀᴇʟ
13/10/2025

তোমাৰ হিয়াজনি🫣🖤🤌













#ᴠɪʀᴇʟ



❤️🥹🙏    #ᴠɪʀᴇʟ
11/10/2025

❤️🥹🙏



#ᴠɪʀᴇʟ







07/10/2025

Hey guys Which photo do you like?👻😁💙
03/10/2025

Hey guys Which photo do you like?👻😁💙


Who knows who will like whom when😁💃🖤
01/10/2025

Who knows who will like whom when😁💃🖤







30/09/2025

অনুৰাধা💙🧿🌝


গুলিটো বুকুত লাগিছেনে 😁🤌(Thanks for this candit click)🌝🎀
28/09/2025

গুলিটো বুকুত লাগিছেনে 😁🤌(Thanks for this candit click)🌝🎀

মোৰ এটা সপোন আছিল যিটো সপোন মোৰ আৰু পূৰণ কৰিব একেবাৰে মন নাই 💔😭সপোনবোৰ যদিও মোৰ আধৰুৱা হৈ ৰৈছিল মনৰ কোনোবা এটা কোণত ভাবি...
20/09/2025

মোৰ এটা সপোন আছিল যিটো সপোন মোৰ আৰু পূৰণ কৰিব একেবাৰে মন নাই 💔😭সপোনবোৰ যদিও মোৰ আধৰুৱা হৈ ৰৈছিল মনৰ কোনোবা এটা কোণত ভাবিছিলো এদিন হলেও মোৰ সপোনবোৰ পূৰণ হব,জুবিন দা আছে নহয় তেখেতে নিশ্চয় কিবা এটা হলেও কৰিব ,মোৰ সপোনবোৰ দিথক কৰিব অলপ হলেও চেষ্টা কৰিব,বহুত মন আছিল এবাৰ তেখেতক ওচৰৰ পৰা চাব ,এবাৰ চুই চাব কিন্তু,,,,,,,
ঘৰত যেতিয়া মই মাক কৈছিলো চাবি এদিন জুবিন দাৰ লগত মই ও থাকিম মই ও গান গাম,নাচিম, চাবি এদিন এনেকৈ ময়ো tv ত উঠিম।
কিন্তু আজি চোন মোৰ সকলোঁ সপোন ভাঙি চুৰ মাৰ হৈ গল, যিজন মানুহক লৈ সপোন দেখিছিলো সেইজন মানুহেই চোন 😔, আপুনি অবিহনে আৰু সেই জগত খনত যাবএকেবাৰে মন নাই অ জুবিন দা, নোৱাৰিম আৰু তেনেকুৱা সপোন দেখিব 🙏নালাগে মোক আৰু সেইবোৰ😭আপোনাৰ গানৰ মাজেদি এ জীৱন পাৰ কৰি দিম ,আপোনাক আমি সদাই আমাৰ মাজত জীয়াই ৰাখিম,আপুনি আছিল আছে আৰু সদাই থাকিব আমাৰ মাজত❤️‍🩹নাজানো কেনেকৈ পাৰ কৰিম , ফুৰ্তি লাগিলে জুবিন দাৰ গান, দুখ লাগিলে জুবিন দাৰ গান, এতিয়া চোন আপোনাৰ গান শুনাৰ লগে লগে কিবা বুকুখন বিষাই যাই ,যেন মৃত্যুৰ সকলোবোৰ কথা তেওঁ গানতে লিখি থৈ গল😭ঠিকেই কৈছে কোনোবাই জুবিন দা এটা নাম নহয়, জুবিন দা হল এটা গান ❤️‍🩹 আৰু গানৰ কেতিয়াও মৃত্যু নহয় , আপোনাৰ গান শুনি ডাঙৰ হৈছো আৰু আপোনাৰ গান শুনি শুনিয়ে মৰি যাম ❤️‍🩹🙏সময়ে সকলো শিকায় কিন্তু জুবিন দা অবিহনে জীয়াই থাকিবলৈ শিকিব মন নাই অ 😭😭😭💔💔💔

26/05/2024

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when anzel_hiya_official_ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to anzel_hiya_official_:

Share