GBN Assam

GBN Assam To get knowledge, information, Analysis on topics, incident - Follow our FB Page

For Sponsorship & Brand Collaboration :-
[email protected]

অতি গুৰুত্বপূৰ্ণ video, সকলোৱে চাওঁকClick Here 👇 👇 to watch the video
27/11/2025

অতি গুৰুত্বপূৰ্ণ video, সকলোৱে চাওঁক
Click Here 👇 👇 to watch the video

Our Telegram: https://t.me/gbnassam07CTET Bulletin:https://cdnbbsr.s3waas.gov.in/s3443dec3062d0286986e21dc0631734c9/uploads/2025/11/202511271651651092.pdf

27/11/2025

📍New advertisement for LP-UP Teacher Recruitment will be published again for around 5000 posts

27/11/2025

New Advertisement coming Soon for GT-PGT (TET Cum Recruitment)

Must watch this video 👇👇
27/11/2025

Must watch this video 👇👇

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

27/11/2025

📌স্নাতকোত্তৰ শিক্ষক পদলৈ উন্নীত হ'ব ৰাজ্যৰ স্নাতক শিক্ষক, New Service Rule ৰ জৰিয়তে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ
📌ৰাজ্যৰ ৪০৬ খন High School Higher Secondary School লৈ উন্নীত কৰা হৈছে, চাহ বাগিচাৰ বিদ্যালয়ত নিৰ্মাণ হ'ব হোষ্টেল

27/11/2025

ৰাজ্যৰ ১৭ খন মহাবিদ্যালয়ত আছে ITEP অৰ্থাৎ চাৰিবছৰীয়া ক'ৰ্ছৰ সুবিধা। চাৰি বছৰীয়া ITEPত নামভৰ্তিৰ বাবে উৰ্ত্তীণ হ'ব লাগিব প্ৰৱেশ পৰীক্ষা। ITEP মুকলি হোৱাৰ বাবে ৰাজ্যত নতুনকৈ স্থাপন নহয় বি এড কলেজ। সদনত এই কথা জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

26/11/2025

📌 Assam Police ৰ সকলো Posts ৰ Appointment Letters দিন ঘোষণা
📌ADRE, DHS ৰ নিযুক্তি পত্ৰ বিতৰণৰ Date কেতিয়া আহিব
📌কি ক'লে CM sir জানক


26/11/2025

অসম শিক্ষা (ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ Non-teaching কৰ্মচাৰীসকলৰ সেৱা প্রাদেশীকৰণ) (সংশোধনী) বিল, ২০২৫ অনুসৰি Fixed Pay কৰ্মৰত Non-teaching
কৰ্মচাৰীসকলক অধিসূচনাৰ তাৰিখৰ পৰা বছৰি ৬% কৰ বৃদ্ধি প্ৰদান কৰা হ'ব।

26/11/2025

অসম শিক্ষা (শিক্ষকৰ সেৱাসমূহ প্ৰাদেশীকৰণ আৰু শিক্ষামূলক প্ৰতিষ্ঠানসমূহৰ পুনৰ সংগঠন) (সংশোধনী) বিল, ২০২৫ য়ে ১-১-২০০৬ ৰ পূৰ্বে স্থাপিত ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকৰ সেৱা প্ৰাদেশীকৰণৰ বাবে থকা বহু মানদণ্ড আৰু চর্ত শিথিল কৰাৰ প্ৰস্তাব ৰাখিছে..

26/11/2025

As per new 𝐀𝐬𝐬𝐚𝐦 𝐄𝐥𝐞𝐦𝐞𝐧𝐭𝐚𝐫𝐲 𝐚𝐧𝐝 𝐒𝐞𝐜𝐨𝐧𝐝𝐚𝐫𝐲 𝐒𝐜𝐡𝐨𝐨𝐥 𝐓𝐞𝐚𝐜𝐡𝐞𝐫𝐬 (𝐑𝐞𝐠𝐮𝐥𝐚𝐭𝐢𝐨𝐧 𝐨𝐟 𝐏𝐨𝐬𝐭𝐢𝐧𝐠 𝐚𝐧𝐝 𝐓𝐫𝐚𝐧𝐬𝐟𝐞𝐫) 𝐀𝐦𝐞𝐧𝐝𝐦𝐞𝐧𝐭 𝐁𝐢𝐥𝐥, 𝟐𝟎𝟐𝟓:

Male Teacher: 7 years(Have to fulfill)
Female Teacher: 5 years(Have to fulfill)

26/11/2025

🚨 অসমীয়া ভাষাত উপলব্ধ হ’ব ভাৰতীয় সংবিধান

Address

Bamuni Maidam
Guwahati
781021

Alerts

Be the first to know and let us send you an email when GBN Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to GBN Assam:

Share