Barna Printers & Publishers

Barna Printers & Publishers Printing your dreams. A new World of Publishing.

04/04/2025



কাইলৈ ১৭ নৱেম্বৰ '২০২৪ দেওবাৰে দিনৰ ১ বজাত গুৱাহাটী প্ৰেছক্লাবত বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছে প্ৰকাশ কৰা ৰমেশ বৰুৱা...
16/11/2024

কাইলৈ ১৭ নৱেম্বৰ '২০২৪ দেওবাৰে দিনৰ ১ বজাত গুৱাহাটী প্ৰেছক্লাবত বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছে প্ৰকাশ কৰা ৰমেশ বৰুৱাৰ তিনিখনকৈ গ্ৰন্থ ক্ৰমে অসমীয়া বোধ ( প্ৰৱন্ধ সংকলন ),উপলব্ধি (কাব্যগ্ৰন্থ ) আৰু নীলসূৰ্য্য ( গল্প সংকলন )ৰ উন্মোচনী সভাৰ আয়োজন কৰা হৈছে। উক্ত উন্মোচনী সভাত অংশগ্ৰহণ কৰিব ক্ৰমে বিশিষ্ট সাহিত্যিক দিলীপ বৰা,ডা: মাধুৰ্য ঠাকুৰ,দেৱজিৎ ভূঞা,বিশিষ্ট সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মণ্টু শইকীয়াই। উন্মোচনী সভাৰ আঁত ধৰিব প্ৰতিদিন টাইম চেনেলৰ ডেক্স এডিটৰ মৃণাল ঠাকুৰীয়াই।

উক্ত গ্ৰন্থ উন্মোচনী সভালৈ আপোনাক/আপোনালোকক আন্তৰিকতাৰে আমন্ত্রণ জনাঁলো।
ইতি-
বিনম্ৰতাৰে-
অবিনাশ শৰ্মা
প্ৰকাশক
ৰিজুমণি গোস্বামী
মুখ্য প্ৰৱন্ধক
বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ


22/06/2024
21/03/2024

One marketing manager is required from each district of Assam. The salary will be Rs 10,000 plus T.A. Interested candidates should contact 91019 71104 by phone or whatsApp by March 23.

Address

Guwahati
781020

Opening Hours

Monday 10am - 6pm
Tuesday 10am - 6pm
Wednesday 10am - 6pm
Thursday 10am - 6pm
Friday 10am - 6pm
Saturday 10am - 6pm

Telephone

+919101971104

Website

Alerts

Be the first to know and let us send you an email when Barna Printers & Publishers posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barna Printers & Publishers:

Share

Category