Joynab Parbin GP President

Joynab Parbin GP President Chhaygaon

22/03/2026

পবিত্ৰ ৰমজান মাহৰ অন্তত ইছলাম ধৰ্মালম্বী লোক সকলোক ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
এই পবিত্ৰ উৎসৱে আপোনালোকৰ জীৱনত শান্তি, সুখ-সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনক।
ঈদ মোবাৰক! 🌙

06/02/2026
 #অহা কালি ৰাতি-পুৱা ৮বজাত জোৰশিমুলী পাওঁ পঞ্চায়ত কাৰ্যালয়ত ৭৭তম্ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'...
25/01/2026

#অহা কালি ৰাতি-পুৱা ৮বজাত জোৰশিমুলী পাওঁ পঞ্চায়ত কাৰ্যালয়ত ৭৭তম্ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব!
উক্ত কাৰ্যসূচীত আমাৰ জোৰশিমুলী গাওঁ পঞ্চায়তৰ অন্তৰ্গত সমূহ সন্মানীয় ৰাইজৰ যথা উপস্থিত আন্তৰিকতাৰে কামনা কৰিলোঁ-

13/01/2026

ভোগালীৰ আনন্দই সুখ-শান্তিৰে ভৰাই তোলক সকলোৰে জীৱন ৷ সকলোলৈ হেঁপাহৰ ভোগালীৰ শুভেচ্ছা

নতুন বছৰত মোৰ দুয়ো  🌏ৰ'  মুখHappy New Year 2026
08/01/2026

নতুন বছৰত মোৰ দুয়ো 🌏ৰ' মুখ
Happy New Year 2026

01/01/2026

All the love, always ✨
Happy New Year, 2026 🤍

29/12/2025

🙏🙏🙏

23/12/2025

🙏

23/12/2025

প্ৰতিবাদ ধৰ্ম দেখে নয়,
অন্যায় দেখে কৰা উচিত
🙏

Address

Chhaygaon Assam Guwahati
Guwahati
781137

Telephone

+917002791326

Website

Alerts

Be the first to know and let us send you an email when Joynab Parbin GP President posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Joynab Parbin GP President:

Share