
31/01/2024
টাই আহোম জনগোষ্ঠীৰ পৱিত্ৰ মাঙ্গলিক অনুস্থান "মে-ডাম-মে-ফী"ৰ এই পৱিত্ৰ ক্ষণত পুলিন-পুথাও সকলৰ পুণ্যাত্মাক সশ্ৰদ্ধ প্ৰণাম জনোৱাৰ লগতে আন্তৰিক শুভেচ্ছা জনাইছোঁ।
Best wishes on the Auspicious occasion of "Me-Dam-Me-Phi". May your lives be blessed by our ancestors with Joy, Peace and Prosperity.
"চাও নুৰু চাও কাও ঐ... চাও কাও ঐ... চাও কাও ঐ... ফ্ৰা তু ছিঙ ফ্ৰঙ হুঙি ঐ, ফ্ৰা লাই বেত, ফ্ৰা পিনে বেত, ফ্ৰা ফুৰা তাৰা আলং ছিকিয়া ৰানি পান বয় মৌ চাও কাও ঐ"
🙏 #ত্তাঈ_আহোম_পে_অং_লে 🙏
🙏 #ম্যুং_ড্যুং_চ্যুন_খাম_পে_অং_লে 🙏