Samad's Family

Samad's Family hello everyone welcome to our page
https://youtube.com/-nhh?si=yM1Amp6XrwqvAip5

Happy birthday to you Wife of Legend
21/10/2025

Happy birthday to you Wife of Legend


19/10/2025

এমাহ
তেওঁ নোহোৱা হোৱা এমাহ

তেওঁ কথা নোকোৱা এমাহ

তেওঁ অবিহনে আমি ৰাতিয়ে-দিনে তেওঁৰে গান গাই থকা এমাহ

তেওঁৰ বাবে ন্যায় বিচাৰি গোটেই জাতি উজাগৰে কটোৱা এমাহ৷

শূন্য হৈ পৰা মনক প্ৰশ্ন কৰোঁ
তেওঁ বাৰু অসমীয়া জাতিক এৰি থাকিব পাৰিবনে?

কাহানিও নভবাধৰণে ভাবো
তেওঁ যেন সোণাপুৰৰ সেই তীৰ্থভূমিৰ পৰা উঠি আহি ক’ব

তহঁতে মোক ভালকৈ শুবও নিদিয়
ব’ল কোনে ন্যায় নিদিয়ে চাই লওঁ

18/10/2025

বাবা আৰু মই
16/10/2025

বাবা আৰু মই

15/10/2025

হয় ! এয়াও সত্য যে আমি আগৰ মহান ব্যক্তি বোৰক পাহৰি যাব নোৱাৰো।। তেওঁলোকৰ জন্ম দিন মৃত্যু বাৰ্ষিক ত তেওঁলোক ক স্মৰণ কৰি এটা সামাজিক মাধ্যম ত যে এটা post দিম সেইয়া আজি অসমীয়া সাধাৰণ মানুহৰ কাৰণে বৰ কঠিন হৈ পৰিছে অ, সেইয়া কৰিব পাৰিছে ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰী আৰু ৰাজনীতিবিদ বোৰে আমি কিয় পাৰা নাই নাজানো আমি মাত্ৰ লিখি গৈছো আমাৰ উদ্দেশ্য হৈ পৰিছে দাদাক আমি কেনেকৈ justice দিয়াব পাৰো আমাৰ হাতত যিখিনি ক্ষমতা আছে আমি এনে যাব নিদিও #গৰিমা বৌ ৰ কথা মতে আমি লিখি যাব লাগে
আমাৰ হাতত এইখিনি ক্ষমতা আছে লিখি লিখি মিলিয়ন মিলিয়ন কৰি দিয়া মাত্ৰ আমি লিখিব লাগে কোনেও যেন টাইপিং নকৰাকৈ থাকি নাযায় আমাৰ দাদা ৰ কাৰণে (জুবিন দা), গৰিমা বৌ ৰ কাৰণে.........

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Samad's Family posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share